DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটত পুৱাই বনৰীয়া হাতীয়ে চলালে সন্ত্ৰাস

এন ই নাও নিউজ ব্যুৰো, গোলাঘাট : by এন ই নাও নিউজ ব্যুৰো, গোলাঘাট :
December 1, 2017 11:21 am
গোলাঘাটত পুৱাই বনৰীয়া হাতীয়ে চলালে সন্ত্ৰাস
106
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত ক্ৰমে ক্ৰমে বৃদ্ধি পাই আহিছে। খাদ্যৰ অভাৱত পৰা বনৰীয়া হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি কৃষক ৰাইজৰ নিতৌ ক্ষতি কৰি আছে। একেদৰে বনৰীয়া হাতীয়ে মৃত্যুকো সাৱটিব লগীয়া হৈছে নৈমিত্তিক। যোৱা কেইদিন মানত ক্ৰমাগতভাৱে কেইবাটাও হাতীৰ মৃত্যু হৈছে বিভিন্ন পৰিস্থিতিত। আনহাতে এই পকা ধানৰ সময়ত কৃষকে হেৰুৱাইছে তেওঁলোকৰ শ্ৰমৰ ফচল। শেহতীয়াকৈ গোলাঘাট জিলাৰ থুৰামুখত হাতীয়ে আহি সঘনে খেতি-পথাৰত উপদ্ৰৱ চলোৱাৰ বাতৰি আহিছে । আজি  পুৱাই নামবৰ বনাঞ্চলৰ পৰা ওলাই অহা দুটা বনৰীয়া হাতীয়ে থুৰামুখ অঞ্চলত কৃষকৰ কেইবা বিঘা মাটিৰ পকা ধান খাই আৰু খচি তহিলং কৰিলে।  প্ৰায় ৪–৫ ঘণ্টাৰ চেষ্টাৰ অন্তত কৃষক সকলে হাতী দুটা পুনৰ নামবৰ বনাঞ্চললৈ খেদি পঠিয়ায় । উল্লেখযোগ্য যে যোৱা নিশাও প্ৰায় ৪০-৫০ টা হাতীৰ জাকে ৰঙাজান অঞ্চলত উপদ্ৰৱ চলাইছিল। হাতীৰ এই উপদ্ৰৱ নিয়ন্ত্ৰণত বনবিভাগৰ ব্যৰ্থতাক ৰাইজে গৰিহণা দিয়াৰ লগতে বনবিভাগৰ বিৰুদ্ধে ক্ষোভ উজৰা পৰিলক্ষিত হয়।

Recent News

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Kangana Ranaut

অৰ্হতাহীন বলীউড তাৰকা! বলীউডত নাই কংগনাৰ বন্ধুৰ যোগ্য তাৰকা: খোদ নিজ মুখেৰে ক’লে কংগনাই

জ্ঞানৱাপী মছজিদত শিৱলিংগ: উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, কি ৰায় দিলে আদালতে?

জ্ঞানৱাপী মছজিদত শিৱলিংগ: উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, কি ৰায় দিলে আদালতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd