DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গ্ৰাম স্বৰাজ অভিযানৰ অধীনত হাফলঙত গ্ৰাম শক্তি অভিযান দিৱস পালিত

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
April 28, 2018 5:19 pm
গ্ৰাম স্বৰাজ অভিযানৰ অধীনত হাফলঙত গ্ৰাম শক্তি অভিযান দিৱস পালিত
119
VIEWS
Share on FacebookShare on Twitter

১৪ এপ্ৰিলৰ পৰা ৫ মে’ লৈকে দেশজুৰি অনুষ্ঠিত গ্ৰাম স্বৰাজ অভিযান আন আন ঠাইৰ লগতে অসমৰ পাহাৰীয়া জিলা ডিমা হাচাওটো পালন কৰা হয়।ইয়াৰ অংশ হিচাপে আজি হাফলঙত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ণ বিভাগৰ উদ্যোগত তথা এ পি ডি চি এলৰ সহযোগত গ্ৰাম শক্তি অভিযান দিৱস পালন কৰা হয়।

হাফলঙৰ জিলা গ্ৰন্থাগাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানটোত প্ৰধান মন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ অধীনত গাঁৱৰ কেইবাগৰাকী হিতাধীকাৰীৰ হাতত চেক তুলি দিয়াৰ লগতে বিনামূলীয়া গেছৰ সংযোগ দিয়া হয়।

অনুষ্ঠানটোত উপস্থিত থাকি জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই সংবাদ মাধ্যমৰ লগত হোৱা সাক্ষাৎকাৰত গ্ৰাম স্বৰাজ অভিযানৰ অন্তৰ্গত আঁচনিৰ পৰা সমাজৰ পিছ পৰা ৰাইজ উপকৃত হ’ব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে গ্ৰাম স্বৰাজ অভিযানৰ অধীনত প্ৰধান মন্ত্ৰী আৱাস যোজনা, প্ৰধান মন্ত্ৰী উজালা যোজনা,সৌভাগ্য যোজনা, জনধন যোজনা আদিৰ দ্বাৰা বহু আৰ্থিক ভাৱে পিছ পৰা পৰিয়াল উপকৃত হৈছে।

আজিৰ এই অনুষ্ঠানটোত  জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাৰ উপৰি এ পি জি চি এলৰ অধ্যক্ষ জিষ্ণু বৰুৱা, ভাৰত চৰকাৰৰ গুৰু উদ্যোগ মন্ত্ৰালয়ৰ অবৰ সচিব এইচ এইচ শুক্লা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিব নৰেশ ঘোষ, হাফলং টাউন কমিটিৰ চেয়াৰমেন অনিল দাউলাগুপু, প্ৰধানমন্ত্ৰী উজালা যোজনাৰ ডিস্ট্ৰিক্ট নডাল অফিচাৰ বাচুদেব ছিটেকে ধৰি কেইবাজনো জ্যেষ্ঠ বিষয়-ববীয়া উপস্থিত আছিল

এ পি জি চি এলৰ অধ্যক্ষ জিষ্ণু বৰুৱাই ভাষণ প্ৰসংগত চৰকাৰৰ বিভিন্ন হিতাধিকাৰী আঁচনিৰ কথা কোৱাৰ লগতে সাধাৰণ ৰাইজে যাতে উক্ত আঁচনি সমূহৰ সুবিধা লাভ কৰে তাৰ বাবে সংশ্লিষ্ট বিভাগক ৰাইজৰ লগত এক ভাল সম্পৰ্ক ৰক্ষা কৰিবলৈ আহ্বান জনায়।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd