• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰাম স্বৰাজ অভিযান : মাজুলীৰ প্ৰগতিশীল কৃষক-মীনপালক-পশুপালক-ৰেচম উৎপাদকক সম্বৰ্ধনা

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 2, 2018 7:01 pm
Majuli 2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজোৰা গ্ৰাম স্বৰাজ অভিযানৰ অংশ হিচাপে আজি মাজুলীৰ দুয়োটা উন্নয়ন খণ্ড পৰ্যায়তো জিলা কৃষি বিভাগে ‘কৃষি কল্যাণ কৰ্মশালা’ অনুষ্ঠিত কৰে। মাজুলী উন্নয়ন খণ্ডৰ এলেকাধীন কৃষকসকলৰ বাবে কমলাবাৰীৰ মাজুলী মিলন সংঘত আৰু উজনি মাজুলী উন্নয়ন খণ্ড এলেকাক সামৰি উজনি মাজুলী উন্নয়ন খণ্ড প্ৰেক্ষাগৃহত এই কৰ্মশালা অনুষ্ঠিত কৰা হয়।

কেন্দ্ৰীয় কৃষি মন্ত্ৰ্যালয়ৰ নিৰ্দেশত মাজুলী জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে আয়োজন কৰা এই কৰ্মশালাত কৃষি বিভাগৰ লগতে পশুপালন আৰু পশু চিকিৎসা, মীন আৰু ৰেচম বিভাগৰ বিষয়া-সমল ব্যক্তিয়ে বিভাগকেইটাৰ দ্বাৰা কৃষকৰ কল্যাণৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহ ব্যাখ্যা কৰে।

Apply Now

Majuli

কমলাবাৰীৰ মাজুলী মিলন সংঘত বুধবাৰে আয়োজিত কৰ্মশালাখন সঞ্চালনা কৰে জিলা কৃষি বিষয়া অৰুণ কুমাৰ পাঠকে। কৰ্মশালাখনত  জিলা কৃষি বিষয়া পাঠকৰ লগতে মহকুমা পশু চিকিৎসা বিষয়া ডা: দণ্ডধৰ বৰ্মণ, কৃষি অভিযান্ত্ৰিক বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ভূপেন দাস, মীন সম্পসাৰণ বিষয়া যুগল হাজৰিকা, ৰেচম বিভাগৰ দেৱজিত শইকীয়াই নিজ নিজ বিভাগে কৃষক, মীনপালক, পশুপালক আৰু ৰেচম শিল্পীসকলক উপকৃত কৰিবলৈ হাতত লোৱা আঁচনিসমূহৰ বিযষয়ে উপস্থিত কৃষক ৰাইজক অৱগত কৰে।

দুয়োটা উন্নয়ন খণ্ডৰ অধীনত আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ বিষয়েও বিশেষ প্ৰচাৰ চলোৱাৰ লগতে মুঠ ৮ গৰাকী প্ৰগতিশীল কৃষক, পশুপালক, মীনপালক আৰু ৰেচম উৎপাদকক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনোৱা হয়।

তদুপৰি, আজিৰ কৰ্মশালাৰে অংশ হিচাপে সংহত কৃষিকৰ্মৰে জৰিত বিভিন্ন দিশ সন্দৰ্ভত কৃষি বিশেষজ্ঞ তথা বিভাগীয় বিষয়াসকলৰ সৈতে কৃষকৰ মত বিনিময় অনুষ্ঠানো সম্পন্ন কৰা হয়।

আনহাতে, এই কাৰ্যসূচীৰে সংগতি ৰাখি মাজুলী উন্নয়ন খণ্ড এলেকাধীন গড়মূৰৰ একাধিক গাঁও আৰু উজনি মাজুলী উন্নয়ন খণ্ডৰ মনভালচুকত মহকুমা পশুপালন আৰু পশু চিকিৎসা বিভাগে আজি বিনামূলীয়া পশু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm
বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

June 20, 2026 4:54 pm
 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

June 20, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd