• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গ্ৰেইড পে’ৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষকৰ মাজত বৈষম্য সৃষ্টিৰ চেষ্টাক গৰিহণা প্ৰাথমিক শিক্ষক সন্মিলনীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2018 11:28 am
AssamTeacher
126
VIEWS
Share on FacebookShare on Twitter

সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদনৰ আসোঁৱাহ নিৰাময় সমিতিৰ পৰামৰ্শৰ ভিত্তিত ৰাজ্য চৰকাৰে গ্ৰেইড পে’ৰ ক্ষেত্ৰত ৰাজ্যখনৰ লক্ষাধিক প্ৰাথমিক শিক্ষকৰ মাজত বৈষম্য সৃষ্টি কৰি গ্ৰহণ কৰা স্থিতিৰ তীব্ৰ বিৰোধিতা কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।

চৰকাৰৰ এনে বৈষম্যমূলক কাৰ্যৰ বিৰুদ্ধে প্ৰাথমিক শিক্ষক সন্মিলনীৰ সদস্যসকলে আজি ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিছে।

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীৱন বৰা আৰু প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে কয় যে বিষয়টো সন্দৰ্ভত পৰৱৰ্তী সিদ্ধান্ত তথা কাৰ্যপন্থা নিৰূপণৰ বাবে ১০ জুনত সন্মিলনীৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা পতা হ’ব।

একে প্ৰক্ৰিয়াৰে নিযুক্তি দিয়া প্ৰাথমিক শিক্ষকসকলৰ গ্ৰেড পে’ৰ এনেকুৱা ভিন্নতা সৃষ্টি কৰিব বিচৰাটো ষড়যন্ত্ৰমূলক বুলি তেওঁলোকে অভিযোগ কৰে। প্ৰধান সম্পাদক গোস্বামীয়ে কয় যে মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিজ্ঞান শিক্ষকৰ বাহিৰে প্ৰাথমিকৰ পৰা মধ্য ইংৰাজী পৰ্যায়লৈ শিক্ষকৰ গ্ৰেড পে’ৰ নিৰিখ একেই আৰু সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদনতো এই ব্যৱস্থা বাহাল ৰখা হৈছে।

কিন্তু আসোঁৱাহ দূৰীকৰণ সমিতিৰ প্ৰতিবেদনত প্ৰাথমিক শিক্ষকৰ বাবে এটা আৰু এম ই, এম ভি শিক্ষকৰ বাবে আন এটা নিৰিখ কৰাৰ ফলত ৰাজ্যৰ প্ৰায় ১.১৫ লাখ প্ৰাথমিক শিক্ষক বৈষম্যৰ বলি হ’ব। দুয়োজনে চৰকাৰৰ এই বিতৰ্কিত তথা বৈষম্যমূলক স্থিতি পুনৰ বিবেচনা কৰিবলৈ সন্মিলনীয়ে দাবী জনাইছে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd