DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গ্ৰেটাৰ নাগালিম চুক্তি ৰাজহুৱাকৰণ তথা বিভিন্ন দাবী সন্নিবিষ্ট স্মাৰকপত্ৰ প্ৰদান প্ৰধান মন্ত্ৰীলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2017 1:49 pm
173
VIEWS
Share on FacebookShare on Twitter

গ্ৰেটাৰ নাগালিমত অসমৰ বৃহৎ ভূখণ্ড অন্তৰ্ভুক্ত হোৱাৰ খবৰ ওলোৱা তথা চুক্তি ৰাজহুৱা নকৰাৰ বাবে বিভিন্ন সময়ত দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। ঠিক সেইদৰে বিভিন্ন সময়ত অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী এলেকাত এন এচ চি এন তথা নাগা সংগঠনে অসমীয়া লোকক ধন দাবী, চাহ বাগান উচ্ছেদ তথা নানা হাৰাশাস্তি কৰি আহিছে। এই কাৰ্যত ক্ষুব্ধ হৈ অসম ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদে ১৯ টা দাবীৰে বুধবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰা উক্ত স্মাৰক পত্ৰখনত উল্লেখিত বিভিন্ন দাবী সমূহ হ’ল কেন্দ্ৰ আৰু নগা বিদ্ৰোহীৰ মাজত হোৱা নাগালিম গঠনৰ যি চুক্তি তাক ৰাজহুৱা কৰা, সীমান্তত বাস কৰা চাহ খেতিয়ক তথা স্থানীয় লোক সকলৰ জীৱনৰ নিৰাপত্তা প্ৰদান কৰা, এন আৰ চিৰ জৰিয়তে ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপিত কৰিবলৈ লোৱা হিতকাৰী সিদ্ধান্ত বাতিল কৰা, হাতী-মানুহৰ সংঘাতৰ সমস্যা সমাধান কৰা, লাখ লাখ নিৱনুৱাক সংস্থাপনৰ সুবিধা প্ৰদান কৰা, ডিব্ৰুগড় আৰু গোলাঘাট জিলাত একোটাকৈ চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা, বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত ভূমিপুত্ৰ সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া, বৃহৎ পূজিপতি ব্যৱসায়ী সকলে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক শোষন কৰি থকা কাৰ্য বন্ধ কৰা, লগতে বিভিন্ন জাতীয় সমস্যা সমাধানৰ ব্যৱস্থা কৰি দিয়া।

উল্লেথযোগ্য যে যদিহে কেন্দ্ৰই এই দাবী সমূহ অতি শীঘ্ৰে মানি নলয় তেতিয়া হ’লে অনাগত সময়ত অসম ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদে ৰাজ্যত তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিব বুলি আমাৰ আগত প্ৰকাশ কৰে।

Recent News

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd