DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চকা বন্ধৰ ফলত উজনি অসমৰ সাধাৰণ জনজীৱন স্তব্ধ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2018 8:41 pm
Bangladesh, Bhutan, India, Nepal Motor Vehicles Agreement to benefit four countries

প্ৰতিনিধিত্বমূলক ছবি

183
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ সহযোগত সদৌ ভাৰত পথ পৰিবহণ সন্থাই জনোৱা ২৪ ঘণ্টীয়া দেশজোৰা চকা বন্ধৰ ফলত ৰাজ্যখনৰ লগতে আজি উজনি অসমৰ সাধাৰণ জনজীৱন স্তব্ধ হৈ পৰে।

উজনি অসমৰ আটাইকেইখন জিলাতে বন্ধটোৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। সময়ছোৱাত ব্যক্তিগত যান-বাহনৰ বাহিৰে সকলো ধৰণৰ যাত্ৰীবাহি আৰু মালবাহি গাড়ীৰ চলাচল বন্ধ আছিল।

পৰিবহণ সন্থাই জনোৱা অনুসৰি পথ পৰিবহণ আৰু সুৰক্ষা বিল, ২০১৬ক অনাৰ লগতে পৰিবহণ শ্ৰমিক সলকৰ কল্যাণৰ সুবিধা নৰখাকৈ যান-বাহন আইন, ১৯৮৮ৰ সংশোধনৰ বাবে কেন্দ্ৰই লোৱা সিধান্তৰ প্ৰতিবাদত উক্ত বন্ধ কাৰ্যসূচী হাতত লোৱা হয়।

সন্থাই পৰিবহণ শ্ৰমিক সকলৰ বাবে পেঞ্চন, পৰিয়ালৰ লোকৰ চিকিৎসা সুবিধা, সন্তানৰ শিক্ষাৰ বাবে আৰ্থিক সাহায্য আৰু গাড়ীৰ চালক তথা সহায়কাৰী সকলক প্ৰশিক্ষন প্ৰদানৰ দাবী জনাই আহিছে।

সংগঠনটোৰ এজন সদস্যই কয়, ‘আমি থাৰ্ড-পাৰ্টি ইনছুৰেঞ্চ প্ৰিমিয়াম, গাড়ীৰ পঞ্জীয়ন মাচুল তথা অনুজ্ঞাপত্ৰ নৱীকৰণৰ মাচুল বৃদ্ধিক ঘূৰাই লবলৈ দাবী জনাই আহিছো।’

আনহাতে বন্ধটোৰ ফলত গাড়ীৰ চলাচল ব্যাহত হৈ পৰা বাবে সাধাৰণ নাগৰিকে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd