DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত মাক-পুতেক

মিণ্টু দাস by মিণ্টু দাস
May 18, 2018 11:11 pm
চামগুৰিত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত মাক-পুতেক
86
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ আমনিৰ ৰঙাগৰাত আজি বিয়লি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত মাক-পুতেকে থিতাতে মৃত্যুক আঁকোৱালি লয়।

উল্লেখযোগ্য যে এটা পৰিয়াল চেৰাপুঞ্জীৰ পৰা কহঁৰাৰ নিজৰ ঘৰলৈ এ এছ ০৫ এইচ ১৭১৬ নম্বৰৰ এখন চুইফট ডিজায়াৰ গাড়ীৰে আহি আছিল।

কিন্তু দুৰ্ভাগ্যবশত সেই সময়তে এখন দ্ৰুতবেগী ট্ৰাকৰ সৈতে চুইফট ডিজায়াৰখনৰ প্ৰচণ্ড জোৰেৰে মুখামুখি সংঘৰ্ষ হয়। ফলত দুৰ্ঘটনাটোত মাতৃ ননী গগৈ আৰু পুত্ৰ সমীৰ গগৈ থিতাতে নিহত হয়।

আনহাতে দুৰ্ঘটনাটোত আন চাৰিজন ব্যক্তি গুৰুতৰপূৰ্ণভাৱে আহত হয়।  গুৰুতৰভাৱে আহত কেইজন ক্ৰমে প্ৰীতম বহৰা, বিনয় ফুকন, ৰাজশ্ৰী ফুকন, জয়ামণি ফুকন বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে গুৰুতৰভাৱে আহত সকলক স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত তাৎক্ষণিকভাৱে নগঁৱালৈ প্ৰেৰণ কৰা হয়।

Recent News

petroldiesel_3

জনতাক সামান্য সকাহ: হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য,কিমান কমিব?

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

Old Woman Deadlift

কোনে কয় “বয়স বৃদ্ধি হ’লে মনোবল হ্ৰাস পায়”!: নাতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ৮০ বছৰীয়া বৃদ্ধাৰ চমক

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd