• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামতা আঞ্চলিক সাহিত্য সভাৰ গ্ৰন্থ সংগ্ৰহ আৰু গ্ৰন্থ প্ৰদান অনুষ্ঠান সম্পন্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2018 2:54 pm
8a34b8ca-3655-4aba-8ee9-9e3f8c678a4c
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু চামতা আঞ্চলিক সাহিত্য সভাৰ সহযোগত শনিবাৰে চামতাত এক গাম্ভীৰ্যপূৰ্ণ কাৰ্য্যসূচীৰে মাজেৰে গ্ৰন্থ সংগ্ৰহ আৰু গ্ৰন্থ প্ৰদান অনুষ্ঠান সম্পন্ন হৈ যায়।

চামতা জামৰতলস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ কাৰ্যালয় ভৱনত আবেলি ৪ বজাত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে চামতা আঞ্চলিক সাহিত্য সভাৰ সভাপতি হিৰণ্য বৰ্মনে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চামতা আঞ্চলিক সাহিত্য সভাৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মনে।

Apply Now

গ্ৰন্থ প্ৰদান আৰু গ্ৰন্থ সংগ্ৰহ অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট লোকসকলে চামতা আঞ্চলিক সাহিত্য সভাৰ পদক্ষেপক শলাগ লয় আৰু কয় যে বৰ্তমান সময়ত নৱ প্ৰজন্মৰ গ্ৰন্থৰ প্ৰতি আগ্ৰহ কমিছে । গ্ৰন্থ পঢ়িব লাগিব ৰচনা কৰিব লাগিব  আৰু ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব। গ্ৰন্থৰ জৰিয়তে সমাজৰ উপকাৰ সাধন হ’ব লাগিব।

এই অনুষ্ঠানত কবি, লিখক তথা কৃতি শিক্ষক প্ৰৱীন চন্দ্ৰ বৰ্মন, লিখক, সাহিত্যিক তথা গ্ৰন্থ দাতা ভূৱনেশ্বৰ ডেকা, বলেন কুমাৰ গোস্বামী, হৰ্ষমোহন শৰ্মা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য গোৱিন্দ কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডা: বিপিন চন্দ্ৰ কলিতা, কৃতি শিক্ষয়ত্ৰী সাৱিত্ৰী দাস, নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি তপন কুমাৰ শৰ্মা, পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি হাচান আলী প্ৰমূখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।

এই অনুষ্ঠানতে লিখক সাহিত্যিক ডাঃ খগেন ডেকা, ভূৱনেশ্বৰ ডেকা, বলেন কুমাৰ গোস্বামী, হৰ্ষমোহন শৰ্মা, প্ৰৱীণ চন্দ্ৰ বৰ্মন, প্ৰদীপ কুমাৰ বৰ্মন, হিৰণ্য বৰ্মন আদিয়ে চামতা আঞ্চলিক সাহিত্য সভাক প্ৰায় ১০০ খনোৰ অধিক গ্ৰন্থ নলবাৰী জিলা সাহিত্য সভাক আনুষ্ঠানিক ভাৱে প্ৰদান কৰে চামতা আঞ্চলিক সাহিত্য সভাৰ সভাপতি হিৰণ্য বৰ্মন আৰু সম্পাদক প্ৰদীপ কুমাৰ বৰ্মনে।

উল্লেখ্য যে সভাত অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক তথা গণ্য মান্য লোক উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd