• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিটি বাছৰ নাটনিৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হৈছে গুৱাহাটীৰ নাগৰিকসকল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2018 9:55 pm
ghy-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইদিনমান ধৰি চিটি বাছৰ নাটনিৰ বাবে গুৱাহাটীৰ নাগৰিকসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। মহানগৰীখনৰ পৰা প্ৰায় ৪০০ খন বাছ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া নাগালেণ্ডলৈ প্ৰেৰণ কৰা হৈছে।

অহা ১ মাৰ্চলৈকে যিসকল লোকে যাতায়তৰ বাবে স্থানীয় পৰিবহনৰ বাছসেৱা গ্ৰহণ কৰি আহিছে তেওঁলোক আহুকালৰ সন্মুখীন হ’ব আৰু অহা মাহৰ প্ৰথম সপ্তাহত বাছবোৰ উভতি নহালৈকে এই সমস্যা থাকিব।

Apply Now

নাগালেণ্ডত নিৰ্বাচনৰ কাম চলি থকাৰ বাবে ৰাজ্যখনক ট্ৰাক, বাছ আৰু সৰু বাহনকে ধৰি প্ৰায় ৪,০০০যান-বাহনৰ প্ৰয়োজন হৈছে।

‘’যোৱা কেইদিন ধৰি মই বাছ নোপোৱাৰ বাবে খোজ কাঢ়ি কাৰ্যালয়লৈ আহিবলগীয়া হৈছে। কাৰ্যালয়লৈ ওলাই আহি দীৰ্ঘ সময় ধৰি বাছৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে আৰু তাৰপিছতো বাছবোৰ ইমান ভিৰ যে তাত উঠিব পৰাটো অসম্ভৱ,’’-এগৰাকী গাণনিক সংগীতা দাসে এইদৰে কয়।

ভাড়াৰ বাবে অধিগ্ৰহণ কৰা যান-বাহনসমূহ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰখা হৈছে।

মহানগৰীত প্ৰায় ১,২৪৭ খন বাছ সাধাৰণতে চলাচল কৰে কিন্তু বাছৰ এই নাটনিৰ বাবে এতিয়া মাত্ৰ ৬৬৯ খন বাছহে চলাচল কৰি আছে।

এটা ব্যক্তিগত বেংকৰ কৰ্মচাৰী আশীষ শৰ্মাই কয়, ‘’ মই এটা ব্যক্তিগত বেংকত কাম কৰাৰ কাৰণে প্ৰতিদিনে মোৰ অলপ দেৰি হয়। যোৱা নিশা প্ৰায় আধা ঘন্টা সময় বাছৰ বাবে ৰোৱাৰ পিছত যেতিয়া বাছখন আহি পালে, বাছখন ইমান ভিৰ যে মোৰ বাবে উঠাটো জটিল হৈ পৰিল। মোৰ কৰ্মস্থান ঘৰৰ পৰা দূৰত হোৱাৰ বাবে খোজকাঢ়ি ঘৰলৈ যোৱাটো সম্ভৱ নহয়। যেতিয়া অত্যন্ত দেৰি হৈ গ’ল মই কেব এখন লৈ ঘৰ পালো কিন্তু সদায় কেব লোৱাটো অত্যন্ত ব্যয়বহুল। মই আশা কৰিছো এই সমস্যাটো সোনকালে সমাধান হ’ব।‘’

নাগালেণ্ডৰ পৰা দূৰণিবটীয়া বাছকে ধৰি ৭৩০ খন বাছ বিচৰা হৈছিল। তদুপৰি, ৭০০ খন সৰু মটৰ গাড়ীও নাগালেণ্ডলৈ ৰাওনা হ’ব।

আনহাতে, নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আন এখন ৰাজ্য মেঘালয়লৈ

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd