• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিট ফাণ্ড কেলেংকাৰীত ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰীক চিবিআইৰ জেৰা

পিনাকি দাস by পিনাকি দাস
April 25, 2018 9:36 pm
Tripura-MLA-Hostel-570x320

ত্ৰিপুৰাৰ বিধায়ক আৱাস য’ত বুধবাৰে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান বিধায়িকা বিজিতা নাথক চিবিআইয়ে জেৰা কৰে। ফটো : পিনাকি দাস

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰোজ ভেলী চিট ফাণ্ড কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক বিজিতা নাথক বুধবাৰে চিবিআইয়ে দুঘন্টাতকৈয়ো অধিক সময় ধৰি জেৰা কৰে।

বিজিতাৰ অধিবক্তা হৰেভল দেৱ নাথে নিশ্চিত কৰিছে যে চিবিআইৰ দলটোৱে ৰোজভেলী চিটফাণ্ডৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ত তেওঁক বিভিন্ন প্ৰশ্ন কৰে।

Apply Now

যদিও বিজিতা নাথে এইক্ষেত্ৰত সংবাদ মাধ্যমক এৰাই চলে, তেওঁ নৰ্থ ইষ্ট নাওক  টেলিফোনত কয় যে তেওঁ ন বছৰ পূৰ্বে সমাজ কল্যাণ আৰু সামাজিক শিক্ষা বিভাগৰ মন্ত্ৰী থাকোতে যিকেইটা প্ৰশ্ন চিবিআইয়ে সুধিছিল সেই একেকেইটা প্ৰশ্নকে সুধিছে। এইবাৰ চিবিআইয়ে তেওঁৰ উত্তৰখিনি লিপিবদ্ধ কৰিছে।

ইয়াৰ আগেয়ে ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ ৰেৱতী মোহন দাসে কয়, ‘’ চিবিআইয়ে পত্ৰযোগে জনাইছে যে তেওঁলোকে দুগৰাকী প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক বাদল চৌধুৰী আৰু বিজিতা নাথক জেৰা কৰিব। চিবিআইয়ে এইয়া মোক জনাইছিল। পত্ৰ পোৱাৰ লগে লগেই মই বাদল চৌধুৰী আৰু বিজিতা নাথক জনাইছিলো যে চিবিআইয়ে তেওঁলোকক জেৰা কৰিবলৈ আহি আছে আৰু তেওঁলোকে তদন্তত সহায় কৰা উচিত।‘’

‘’তেওঁলোকে উল্লেখ কৰিছে যে এই জেৰা ৰোজ ভেলী কেলেংকাৰীৰ লগত জড়িত। সম্ভৱত: বিত্তমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত বাদল চৌধুৰীয়ে এই সম্পৰ্কত কিছু বিষয় লৈ প্ৰতিবাদ কৰিছিল আৰু কি কাৰণে তেওঁ প্ৰতিবাদ কৰিছিল, এই সকলোবোৰকলৈ তেওঁক জেৰা কৰিব বুলি মোৰ ধাৰণা। মই যিমানদূৰ জানো নিজিতা নাথ ৰোজ ভেলীৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু সেই গতিকে তেওঁক জেৰা কৰা হ‘ব,’’- দাসে লগতে কয়।

বৃহস্পতিবাৰে বাদল চৌধুৰীক জেৰা কৰা হ’ব।

 

পিনাকি দাস

পিনাকি দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd