• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিত্ৰাংকনৰ জৰিয়তে সজাগতা অনাৰ প্ৰয়াস ‘নবিছি ১৭’ৰ শিল্পী সকলৰ

NE NOW NEWS এন ই নাও নিউজ
যোৰহাট , March 27, 2018 9:49 am

1 min read

সজাগতা
81
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ৰাজ্যখনত সংঘটি অপৰাধমূলক কাৰ্য-কলাপৰ বাবে সামাজিক সাংস্কৃতিক বিভিন্ন শিল্প কলাৰ লগত জড়িত শিল্পীৰ সমাহাৰ ‘নবিছি ১৭’ ই চিত্ৰাংকনৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা অনাৰ চেষ্টা কৰিছে।

উল্লেখযোগ্য যে ৰাজ্যখনত শেহতীয়াকৈ সংঘটিত যৌন নিৰ্যাতন তথা ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি, ৰাজ্যখনৰ একমাত্ৰ মহিলা বিশ্ব বিদ্যালয়খনৰ বিলুপ্তিকৰণ সংক্ৰান্তত ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্য ‘নবিছি ১৭’ ই ২৮ মাৰ্চত চিত্ৰাংকনৰ জৰিয়তে সজাগতা অনাৰ বাবে এক কাৰ্যসূচী গ্ৰহণ কৰিছে।

উক্ত সজাগতা অনুষ্ঠানত প্ৰতিখন বিদ্যালয়ৰ দুজলকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব পাৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।

উদ্যোক্ত সকলে কয় যে ৰাজ্যখনত সংঘটিত অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ লগতে ৰাইজৰো কৰিবলগীয়া বহুত আছে। গতিকে এই ক্ষেত্ৰত ৰাইজক তেওঁলোকে চিত্ৰংকানৰ জৰিয়তে দৃষ্টি নিক্ষেপ কৰাই সজাগতা অনাৰ চেষ্টা কৰিছে। লগতে উক্ত সজাগতা অনুষ্ঠানটো সফল কৰি তুলিবলৈ সকলো ৰাইজৰে সহায় সহযোগিতা কামনা কৰিছে। 

 

Recent News

a mani

কেন্দ্ৰৰ নতুন ডিজিটাল মিডিয়া নীতিৰ লক্ষ্য হৈ পৰিল মণিপুৰৰ প্ৰথমটো নিউজ প’ৰ্টেল

bhaba

কৃষক অথবা শিক্ষক নহয়, এইবাৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল খোদ জন প্ৰতিনিধি

a Rahul_Gandh

আইতাকৰ ভুল আঙুলিয়াই দি ৰাহুল গান্ধীয়ে ক’লে —‘জৰুৰীকালিন অৱস্থা ভুল সিদ্ধান্ত আছিল’

bhaba

সিদ্ধান্ত চূড়ান্ত: শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হ’ব অখিল গগৈ, মনোনয়ন পত্ৰ সংগ্ৰহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd