DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম ৰাজ্যিক চিৰিয়াখানাত মিষ্টাৰ উইচৰ জন্মদিন পালন

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 9, 2018 10:21 pm
f31d17b2-e50a-4679-a819-a333cb9244d3
84
VIEWS
Share on FacebookShare on Twitter

অসম ৰাজ্যিক চিৰিয়াখানাত বুধবাৰে মিষ্টাৰ উইচ নামৰ নীলা আৰু সোনালী পাখিৰ মতা মেকাৱ চৰাইটোৰ জন্মদিন পালন কৰা হয়।

গুৱাহাটী চিৰিয়াখানাত এইটোৱেই একমাত্ৰ মেকাৱ। দক্ষিণ আমেৰিকাত উপলব্ধ এই চৰাইটো ২০০০ চনত গুৱাহাটীলৈ অনা হৈছিল। এতিয়া ই ২৫ বছৰত ভৰি দিলে।

চৰাইটোৰ জন্মদিন উপলক্ষে চিৰিয়াখানা কৰ্তৃপক্ষই বুধবাৰে এখন চৰাই বিষয়ক কৰ্মশালাৰ উপৰিও বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে।

0c68925e-40ea-4575-9f42-cbe0dd468e1a

উল্লেখ্য যে, গুৱাহাটী চিৰিয়াখানাত থকা এই চৰাইটোৱে সুদীৰ্ঘ দিন ধৰি অকলশৰীয়া জীৱন অতিবাহিত কৰিছে। চিৰিয়াখানা কৰ্তৃপক্ষই চৰাইটোক এজনী মাইকী মেকাৱ জীৱনসংগী কৰি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে।

কৰ্তৃপক্ষই জনোৱামতে কোনো লোকে যদি তাৰ বাবে এজনী সংগী চিৰিয়াখানালৈ আগবঢ়াব বিচাৰে সেয়া মেকাৱটোৰ বাবে এক সুন্দৰ জন্মদিনৰ উপহাৰ হ’ব।

তদুপৰি কোনোবাই যদি চৰাইটোক তুলি ল’ব বিচাৰে চিৰিয়াখানা কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ মিষ্টাৰ উইচৰ জন্মদিনত কৰ্তৃপক্ষই আহ্বান জনাইছে।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd