• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চি পি আই (এম)ৰ বিৰুদ্ধে ত্ৰিপুৰাৰ চৰকাৰী কৰ্মচাৰীৰ পৰা বলপূৰ্বক নিৰ্বাচনী পুঁজি সংগ্ৰহৰ অভিযোগ বিজেপিৰ

NE NOW NEWS পিনাকী দাস
আগৰতলা , January 18, 2018 3:13 pm

1 min read

হিমন্ত বিশ্ব শৰ্মা। ফাইল ফট’।

হিমন্ত বিশ্ব শৰ্মা। ফাইল ফট’।

169
VIEWS
Share on FacebookShare on Twitter

বিজেপিয়ে চি পি আই (এম)ৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিব বিজেপিয়ে। চি পি আই (এম)ৰ বিৰুদ্ধে বিজেপিয়ে নিৰ্বাচন আয়োগক ‘বলপূৰ্বক ধন সংগ্ৰহ’ৰ অভিযোগ উত্থাপন কৰিব।

নেদাৰ আহ্বায়ক তথা অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চি পি আই (এম)এ নিৰ্বাচন পুঁজিৰ নামত ৰাজ্যখনৰ প্ৰত্যেকগৰাকী কৰ্মচাৰীৰপৰা গড়ে ৩০০০ টকাকৈ সংগ্ৰহ কৰিছে- যিটো সম্পূৰ্ণৰূপে বেঅাইনী।

দলটোৰ নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত বুজ ল’বলৈ কালি ত্ৰিপুৰাত আহি উপস্থিত হোৱা নেতাগৰাকীয়ে কয় যে, ‘যদি শাসনাধিষ্ঠিত দলটোক এইদৰে ৰাজ্যখনৰ ১.৫ লাখ কৰ্মচাৰীৰপৰা ধন সংগ্ৰহ কৰিবলৈ অনুমতি দিয়া হয় তেন্তে তেন্তে এই সংগ্ৰহ হ’ব অতি বৃ্হৎ- প্ৰায় ৪৫০ কোটি টকা। চৰকাৰী কৰ্মচাৰীৰপৰা বলপূৰ্বকভাৱে সংগ্ৰহ কৰা ইমান বৃ্হৎ পৰিমাণৰ পুঁজিৰে চি পি আই (এম)এ অস্ত্ৰ-শস্ত্ৰ কিনিব নে কি? চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক বিজন ধৰৰ বিৰুদ্ধে আমি নিৰ্বাচন আয়োগৰ ওচৰত বলপূৰ্বক ধন সংগ্ৰহৰ অভিযোগ দাখিল কৰিম।’

আনহাতে বিজেপি- আই পি এফ টিৰ জোঁটবন্ধন এতিয়াও হোৱা নাই। অহা দুদিনৰ ভিতৰতে এই জোঁট বন্ধন হোৱাৰ সম্ভাৱনা আছে।

Recent News

index.jpg

অনন্য দৃষ্টান্ত ৰাহুল গান্ধীৰ : কোভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগৰ সকলো নিৰ্বাচনী ৰেলী বাতিল

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd