• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰ গঠনৰ দুবছৰৰ পিছত সম্প্ৰসাৰণ হ’ল মন্ত্ৰীসভা; শপত ল’লে সাতগৰাকী নতুন মন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2018 12:23 pm
New-Ministers...........-570x320

(ঘড়ীৰ কাটাৰ দিশত বাওফালৰ পৰা) পীযুষ হাজৰিকা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, তপন কুমাৰ গগৈ, ফনীভূষণ চৌধুৰী, ভৱেশ কলিতা, ছুম ৰংহাং আৰু চন্দন ব্ৰহ্ম। উৎস : ইন্টাৰনেট / ইউ বি ফটোছ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত চৰকাৰ গঠনৰ দুবছৰৰ পিছত সম্প্ৰসাৰণ হ’ল অসম মন্ত্ৰীসভা। আজি গুৱাহাটীস্থিত ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত শপত গ্ৰহণ কৰিলে সাতগৰাকী নতুন মন্ত্ৰীয়ে ।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ৰাজ্যপাল জগদীশ মুখীয়ে আজি ৰাজভৱনত নতুন মন্ত্ৰীকেইজনক দায়িত্ব আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়।

Apply Now

বিজেপি নেতৃত্বাধীন সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত ৫ গৰাকী বিজেপি বিধায়ক আৰু ইয়াৰ সহযোগী অগপ তথা বিপিএফৰ পৰা এগৰাকীকৈ বিধায়কে মন্ত্ৰিত্বৰ শপত লয়।

আজি নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বিজেপি বিধায়ক কেইজন হৈছে প্ৰাক্তন সভাপতি তথা পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, জাগীৰোডৰ বিধায়ক পীযুষ হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা সোণাৰীৰ বিধায়ক তপন গগৈ, ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা আৰু প্ৰাক্তন কংগ্ৰেছী তথা ডিফুৰ বিধায়ক ছুম ৰংহাং।

আনহাতে বঙাইগাওঁ বিধানসভা সমষ্টিৰ পৰা একেৰাহে ছয়বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত, অগপৰ আমোলৰ প্ৰাক্তন মন্ত্ৰী তথা দলৰ কাৰ্যকৰী সভাপতি ফনীভুষণ চৌধুৰী আৰু কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী তথা বি পি এফক প্ৰতিনিধিত্ব কৰা ছিডলী সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্ম।

উল্লেখ্য যে চৌধুৰী, ভট্টাচাৰ্য, ৰংহাং আৰু ব্ৰহ্মই কেবিনেট মন্ত্ৰী হিচাপে আৰু হাজৰিকা, কলিতা আৰু গগৈয়ে স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

ইফালে শপত লোৱাৰ পাছতে বিজেপিৰ জ্যেষ্ঠ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰা বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহক টুইটাৰ যোগে অশেষ ধন্যবাদ জনায়।

আনহাতে মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ বিজেপিৰ ভিতৰচ’ৰাত দেখা দিছে অন্তৰ্কন্দল। ডিব্ৰুগড় সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনে মন্ত্ৰীসভাত স্থান নাপাই বহুতো সমিতি তথা দলীয় বিষয়ববীয়াৰ পদৰ পৰা পদত্যাগ কৰা বুলি জানিব পৰা গৈছে।

জ্যেষ্ঠ বিধায়কগৰাকীৰ এনে সিদ্ধান্তক বিজেপি নেতৃত্বই কেনেদৰে গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

June 20, 2026 10:18 am
বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

June 20, 2026 9:55 am
আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

June 20, 2026 9:08 am
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

June 20, 2026 8:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

June 20, 2026 10:18 am
বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

June 20, 2026 9:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd