DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰাইদেউৰ গুলীচালনাত জড়িত আলফা (স্বা) কেডাৰ আটক : অত্যাধুনিক মাৰণাস্ত্ৰ জব্দ

অভিক চক্ৰবৰ্তী/অক্ষয় প্ৰনৱ কলিতা by অভিক চক্ৰবৰ্তী/অক্ষয় প্ৰনৱ কলিতা
May 5, 2018 5:58 pm
MQ1-570x320
110
VIEWS
Share on FacebookShare on Twitter

আজি চৰাইদেউ জিলাত সেনাৰ ডাও ডিভিজনৰ সহযোগত সাপেখাটীস্থিত সেনা শিবিৰ আৰু সাপেখাটী আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই আলোচনা বিৰুদ্ধী আলফা (স্বা)ৰ এজন শীৰ্ষ কেডাৰৰ কবলৰ পৰা অত্যাধুনিক মাৰণাস্ত্ৰ জব্দ কৰে।

আটকাধীন আলফা (স্বা)ৰ কেডাৰজনক চৰাইদেউ জিলাৰ বৰহাগাঁৱৰ বাসিন্দা নিৰ্মল খাকলাৰি ওৰফে নিৰ্মল অসম বুলি চিনাক্ত কৰা হৈছে।

সেনাৰ এক সূত্ৰই জনোৱা অনুসৰি এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত চলোৱা উক্ত যুটীয়া অভিযানটোত আলফাৰ দুৰ্ধৰ্ষ কেডাৰজনৰ পৰা এটা এম কিউ ৮১ এছাল্ট ৰাইফল, দুটা মেগজিন আৰু ৭৮ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা হয়।

আনহাতে ধৃত নিৰ্মল খাকলাৰি যোৱা ২৩ এপ্ৰিলত চৰাইদেউ জিলাৰ সাপেখাতীৰ এটা পেট্ৰল পাম্প আৰু কানুবাৰী চাহ বাগিচাত সংঘটিত গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত আছিল বুলি সেনাৰ সূত্ৰত প্ৰকাশ।

উল্লেখযোগ্য যে যোৱা কিছু দিনৰ পৰা নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত নিষিদ্ধঘোষিত সংগঠনটোৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে। কম সময়ৰ ভিতৰতে সংগঠনটোৰ কেডাৰ আটক কৰা এইটো ৩য়টো ঘটনা।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd