DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছচিয়েল মিডিয়াত অচিৰেই আত্মপ্ৰকাশ ঘটিব অসম সাহিত্য সভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2018 7:52 am
alakesh photo
94
VIEWS
Share on FacebookShare on Twitter

অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই অচিৰে আত্মপ্ৰকাশ কৰিব ছচিয়েল মিডিয়াত। অসম সাহিত্য সভাৰ বা-বাতৰি আৰু অসমৰ সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশ প্ৰকাশৰ বাবে ছচিয়েল মিডিয়াৰ দিশটো শক্তিশালী কৰাত সাহিত্য সভাই গুৰুত্ব দিছে ৷

ইয়াৰ বাবে ছচিয়েল মিডিয়াৰ প্ৰশাসক হিচাবে নিযুক্তি দিয়া হৈছে সাংবাদিক তথা অসম সাহিত্য সভাৰ আজীৱন সদস্য বৰপেটাৰোডৰ জয়ন্ত কুমাৰ দাসক ৷

বৰ্তমান সময়ত ছচিয়েল মিডিয়াৰ জনপ্ৰিয়তা আৰু বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ইয়াৰ ব্যাপক প্ৰভাৱলৈ লক্ষ্য ৰাখি অসম সাহিত্য সভাই ছচিয়েল মিডিয়াৰ জৰিয়তে সভাৰ চিন্তা-চৰ্চা জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বুধবাৰে অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ডঃ সঞ্জীৱ শৰ্মাৰ উপস্থিতিত দাসক এই নিযুক্তি-পত্ৰ প্ৰদান কৰে ৷

নিযুক্তি লাভ কৰি দাসে জনিব দিয়ে যে অতি সোনকালে অসম সাহিত্য সভাৰ বিভিন্ন কাৰ্যাৱলী ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিবৰ বাবে ফে’চবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, গুগল প্লাছ, লিংকইন, ওৱেব পৰ্টেইল আদি মাধ্যম সমূহ ব্যৱহাৰ কৰা হ’ব ৷

Recent News

Australia Elections: পৰাজিত প্ৰধানমন্ত্ৰী স্কট মৰিছন; লেবাৰ পাৰ্টিৰ হাতত অষ্ট্ৰেলিয়াৰ শাসনভাৰ

Australia Elections: পৰাজিত প্ৰধানমন্ত্ৰী স্কট মৰিছন; লেবাৰ পাৰ্টিৰ হাতত অষ্ট্ৰেলিয়াৰ শাসনভাৰ

ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd