• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছাজিদুল ইছলাম সোঁৱৰণি ১৬ বছৰ অনূৰ্ধ্বৰ প্ৰাইজমানী ফুটবলত চেম্পিয়নৰ খিতাপ অৰ্জন ‘আভা’ৰ

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , April 22, 2018 8:17 pm

2 min read

ফুটবল
84
VIEWS
Share on FacebookShare on Twitter

আভা স্প’ৰ্টচ  এণ্ড এডুকেশ্বনেল ফাউণ্ডেচনৰ উদ্যোগত তথা বৰপেটা জিলা প্ৰশাসনৰ সহযোগত বৰপেটাত অনুষ্ঠিত ছাজিদুল ইছলাম সোঁৱৰণি ১৬ বছৰ অনূৰ্ধ্বৰ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত টীম আভাই চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।

উত্তৰ বৰপেটা হাইস্কুলৰ খেল পথাৰত দেওবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত টীম আভাই বাৰাদি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰক ট্ৰাইবেকাৰৰ সহায়ত ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

খেলখনৰ দ্বিতীয়াৰ্ধত বাৰাদিত জোনমনি দাসে এটা গ’ল কৰি দলক অগ্ৰগতি প্ৰদান কৰে যদিও তাৰ কিছু সময় পিছতে ছাদ্দাম হুছেইনে গ’ল স্ক’ৰ কৰি খেলখনত সমতা স্থাপন কৰে। নিৰ্ধাৰিত সময়লৈ খেলখন ১-১ গ’লত অমীমাংসিত হিচাপে সামৰণি পৰাত ট্ৰাইবেকাৰৰ সহায়ত টীম আভাই ৪-২ গ’লত আৰু সামগ্ৰীক ভাৱে ৫-৩ গ’লত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে।

খেলৰ অন্তত আভাৰ সভাপতি হজৰত আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান সভাত জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকা, চিকিৎসা বিষয়া ডাঃ আব্দুল কদ্দুছ শিকদাৰ, জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি মনোজ কুমাৰ পাঠক, সমাজ কৰ্মী এম হাবিবুল্লা, দুলাল সৰকাৰ, আভাৰ সম্পাদক তথা প্ৰশিক্ষক আলতাপ হুছেইন, ট্ৰফী দাঁতাৰ পৰিয়াল বৰ্গৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ’ল কীপাৰ হিচাপে আৰমান আহমেদ, ৰক্ষণ বিভাগত স্বাহাদত আলী, শ্ৰেষ্ঠ গ’ল দাতা আশিক ইকবাল ফৰিদ আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে চাদ্দাম হুছেইনক বঁটা প্ৰদান কৰা হয়। চেম্পিয়ন দলক ট্ৰফীৰ লগতে নগদ দহ হাজাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা লগতে বিজেতা দলক ট্ৰফীৰ সৈতে নগদ সাত হাজাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd