• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ছিকিম

ছিকিমতো চৰকাৰী উদ্যোগত ১২৭তম ড০ আম্বেদকাৰ জয়ন্তী পালন

NE NOW NEWS
গেংটক , April 14, 2018 9:29 pm

2 min read

Sikkim_CM
160
VIEWS
Share on FacebookShare on Twitter

আজি দেশৰ সংবিধান প্ৰণেতা তথা আধুনিক ভাৰতৰ নিৰ্মাণৰ এজন প্ৰধান কাৰিকৰ সমাজ সংস্কাৰক, ৰাজনীতিবিদ, আইনবিদ, অৰ্থনীতিবিদ, ভাৰতৰত্ন বাবাচাহেব খ্যাত ড০ ভীমবৰ আম্বেদকাৰৰ ১২৭তম জন্মজয়ন্তী গোটেই দেশৰ লগতে ছিকিমতো চৰকাৰী উদ্যোগত পালন কৰা হৈছে।

ছিকিমৰ পালজৰ ষ্টেডিয়ামত এই উপলক্ষে সামাজিক ন্যায়, সবলীকৰণ আৰু কল্যাণ বিভাগ আৰু সদৌ অনুসূচিত জাতি কল্যাণ সংস্থাৰ সহযোগত আয়োজন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পৱন চামলিং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁৰ লগতে ছিকিম বিধানসভাৰ অধ্যক্ষ কে এন ৰায়ো সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল।

নিজৰ বক্তব্যত মুখ্য মন্ত্ৰী চামলিঙে ড০ আম্বেদকাৰৰ জীৱনৰ ওপৰত আলোকপাত কৰে। তেওঁ মহান নেতাজনৰ ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত থকা অৱদান আৰু তেওঁৰ নৈতিক মূল্যবোধৰ কথা স্মৰণ কৰে।

মুখ্য মন্ত্ৰীয়ে লগতে ৰাজ্যখনৰ অনুসূচিত জাতিৰ লোকসকলক কোনো বিশেষ সুবিধাৰ ওপৰত নিৰ্ভৰ নকৰাকৈ অগ্ৰগতিৰ বাবে সংগ্ৰাম কৰি যাবলৈও আহ্বান জনায়।

মুখ্য মন্ত্ৰীৰ লগতে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী এ কে ঘাটানীয়েও ড০ আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ সমাজৰ অৱহেলিত আৰু দমিত শ্ৰেণীটোৰ বাবে ড০ আম্বেদকাৰে কৰি যোৱা উপকাৰৰ কথা উল্লেখ কৰে।

মন কৰিব লগীয়া যে পালজৰ ষ্টেডিয়ামত ৰাজ্য চৰকাৰৰৰ উদ্যোগত পতা এই দিৱসৰ সমান্তৰালভাৱে ৰাজ্যখনৰ বিভিন্ন ঠাইত আজি চৰকাৰী আৰু বেচৰকাৰীভাৱে আম্বেদকাৰ জয়ন্তী উদযাপন কৰা হয়।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd