DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছিকিমৰ পৰম্পৰাগত সাজ পিন্ধি শিশুৰ সংগী হ’ব আধুনিকা বাৰ্বি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2018 4:41 pm
Barbie from Colours of India series
189
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ বাৰে ৰহণীয়া ৰঙৰ দ্বাৰা অনুপ্ৰাণিত হৈ বাৰ্বি পুতলাৰ প্ৰস্তুতকৰ্তা মাটেল টয়জে এলানি নতুন বাৰ্বিপুতলা বজাৰত উলিয়াই দিছে। এই পুতলাসমূহৰ মাজত আছে ছিকিমত বাস কৰা ভূটীয়া সম্প্ৰদায়ৰ সংস্কৃতি আৰু পৰম্পৰাৰ দ্বাৰা অনুপ্ৰাণিত সাজপাৰেৰে সজ্জিত বাৰ্বি পুতলা।

এই শেহতীয়াকৈ বজাৰত উপলব্ধ হোৱা ‘ভাৰতৰ ৰং’ শীৰ্ষক বাৰ্বি পুতলাসমূহক ছিকিমৰ ভূটীয়া সম্প্ৰদায়ৰ মহিলাসকলে পৰিধান কৰা বাখু নামৰ শৰীৰত মেৰিয়াই লোৱা পোছাক পৰিধান কৰোৱা হৈছে।

এই কাপোৰ সাজৰ ৰঙা আৰু ইয়াত পৰম্পৰাগত নক্সা অংকিত কৰা আছে। পোছাকযোৰৰ দাতিত আৰু বাহুত নীলা ৰং আছে। বাৰ্বিৰ চুলিকোচা ছিকিমৰ বাসিন্দাসকলৰ দৰে ঘন ক’লা বৰণৰ। বাৰ্বি পুতলাৰ বৰ্ণনাত (পেকেটত লিপিবদ্ধ) কোৱা হৈছে যে বাৰ্বিয়ে ছিকিমত অৱস্থিত এটা গোম্পালৈ ভ্ৰমণ কৰিছিল। গোম্পা হৈছে ছিকিমৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ শিক্ষাৰ কেন্দ্ৰ আৰু পৱিত্ৰতাৰ প্ৰতীক।

‘ভাৰতৰ ৰং’ শৃংখলাটোত বাৰ্বিক ৬টা নতুন অৱতাৰত দেখা পোৱা যাব। বাৰ্এবিৰ এই ৬টা অৱতাৰ ভাৰতৰ ৬টা ঐতিহ্যপূৰ্ণ স্থানৰ সৈতে সম্পৰ্কিত। এই শৃখলাটোৰ প্ৰতিটো পুতলাই ভাৰতীয় সৌন্দৰ্যৰ দ্বাৰা অনুপ্ৰাণিত। বাৰ্বিক অজন্তা ইলোৰা, আগ্ৰা আদি ভাৰতীয় ঐতিহ্যৰ স্থানসমূহৰ সৈতে মসৃণভাৱে সংযুক্ত কৰা হৈছে।  বাৰ্বিৰ এই নতুন সংগ্ৰহে পৰম্পৰাগত সাজপাৰৰ সাময়িক নক্সাসমূব প্ৰতিফলিত কৰিছে।

এই উপাদানসমূহ পুতলাসমূহৰ নক্সাকৰম আৰু পেকেজিঙৰ সৈতে সুন্দৰকৈ যোগ কৰা হৈছে। ছিকিমৰ সাজপাৰ পিন্ধা বাৰ্বিৰ পেকেজিঙত বৌদ্ধ মঠসমূহৰ পৰম্পৰাগত নক্সা অংকণ কৰা আছে।

Recent News

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ULFA-I commander killed in encounter

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)-আৰক্ষীৰ সংঘৰ্ষ: আলফা কামাণ্ডাৰ উদয় অসম নিহত

cow hug day

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

labourers killed while cleaning oil tank

মৰ্মান্তিক! কাৰখানাত তেলৰ টেংকি চাফা কৰি থকা অৱস্থাতে সাত শ্ৰমিকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd