• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছিপাঝাৰত উৎকোচ দি এনআৰচিত নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলোৱা দুজনক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
ছিপাঝাৰ , April 22, 2018 7:09 am

2 min read

এন আৰ চি
88
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বংশবৃক্ষ পৰীক্ষণৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে উৎকোচ দি নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলোৱা এক ঘটনা সংঘটিত হৈছে ছিপাঝাৰত। এন আৰ চিৰ কামত নিয়োজিত কৰ্মচাৰীক ধন দি নাম অন্তৰ্ভুক্তিৰচেষ্টা চলোৱা দুজন লোকক দৰং জিলাৰ ছিপাঝাৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ বিশেষ আদালতলৈ প্ৰেৰণ কৰিছে।

ছিপাঝাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজহ পঞ্জীয়ক মানালী জৈনে সংবাদ মাধ্যমক জনোৱা মতে বৃহস্পতিবাৰে জিলাখনৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বংশবৃক্ষ পুনৰীক্ষণ তথা পঞ্চায়তৰ নথি পৰীক্ষণৰ কামত নিয়োজিত দুজন বিষয়াক উৎকোচ দিয়াৰ চেষ্টা কৰে।

কাৰ্যালয়টোৰ কৰ্মচাৰী সহকাৰী অনুসন্ধানকাৰী বিষয়া হেৰম্ব নাথ আৰু কেন্দ্ৰটোৰ কম্পিউটাৰ অপাৰেটৰ ভাৰ্গব নাথক ছিপাঝাৰৰ কিৰাপাৰ চাপৰিৰ চৌমেশ খানৰ দুজন পুত্ৰ ক্ৰমে চান খান আৰু নয়ন খানে তেওঁলোকৰ পৰিয়ালৰ বুলি চিনাকি দিয়া এগৰাকী মহিলাৰ নথি পত্ৰসমূহ গ্ৰহণ কৰি নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে উৎকোচ আগবঢ়ায়।

তেওঁলোকৰ প্ৰলোভনক প্ৰশ্ৰয় নিদি নিষ্ঠাৱান কৰ্মচাৰী দুজনে ততালিকে বিষয়টো ৰাজহ চক্ৰ বিষয়াক অৱগত কৰে। এই অভিযোগৰ ভিত্তিত চক্ৰ বিষয়া মানালী জৈনে লোক দুজনৰ বিৰুদ্ধে ছিপাঝাৰ থানাত এখন এজাহাৰ দিয়ে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুৰ্নীতি বিৰোধী আইনৰ অধীনত ছিপাঝাৰ থানাত ২৯০/২০১৮ নম্বৰ এটা গোচৰ ৰুজু কৰি দুয়োজন লোককে গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰোৱাই কাৰাগাৰালৈ প্ৰেৰণ কৰে।

 

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd