DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ পাণ্ডুস্থিত বিদ্যা মন্দিৰ হাইস্কুলত ছেনিটেৰি নেপকিন ব্যৱহাৰ সম্পৰ্কীয় সজাগতা সভা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2018 5:57 pm
SanitaryNepkin
154
VIEWS
Share on FacebookShare on Twitter

ছেনিটেৰি নেপকিনৰ ব্যৱহাৰে মহিলাৰ স্বাস্থ্যত গুৰুত্বপূৰ্ণ ভূমিকা লয়। এই চেতনাৰ আধাৰতে গোটেই দেশতে ছেনিটেৰি নেপকিন ব্যৱহাৰ সম্পৰ্কত সজাগতা বৃদ্ধিৰ এটা প্ৰয়াস দেখা যায়।

আজি মহানগৰীৰ পাণ্ডুস্থিত বিদ্যা মন্দিৰ হাইস্কুলতো আস্মিতা ফাউণ্ডেইশ্যনৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতা সভা, য’ত ছেনিটেৰি নেপকিন ব্যৱহাৰ সম্পৰ্কত আলোচনা আৰু পৰামৰ্শই ঠাই পায়।

ছেনিটেৰি নেপকিন ব্যৱহাৰত ল‘ব লগীয়া সাৱধানতা আৰু মাহেকীয়াৰ বিষয়ে ছাত্ৰীসকলক সজাগ কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই সভাখনত মহিলাসকলৰ বিভিন্ন সমস্যাৰ ওপৰত বক্তৃতা প্ৰদান কৰে ড০ দীপ্তিৰেখা শৰ্মাই। ইফালে ড০ শৰ্মাই ছাত্ৰীসকলক বিভিন্ন ধৰণৰ পৰামৰ্শও আগ বঢ়ায়। বিদ্যালয়খনৰ প্ৰায় দুই শতাধিক ছাত্ৰীয়ে এই সজাগতা অনুষ্ঠানত অংশ লয়।

অনুষ্ঠানটোত উপস্থিত আছিল বিদ্যা মন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী সুৰচন্দ্ৰা বচাগ, অস্মিতা ফাউণ্ডেইশ্যনৰ সভানেত্ৰী দেৱযানী পাটিকাৰৰ লগতে স্কুলখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু সংগঠনটোৰ সদস্যাসকল।

উল্লেখযোগ্য যে ছাত্ৰীসকলক সজাগ কৰাৰ উদ্দেশ্যে এনে অনুষ্ঠান পৰ্য্যায়ক্ৰমে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়ত অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰে উদ্যোক্তা সংস্থাটোৱে।

Recent News

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd