DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছয় জনগোষ্ঠীৰ ১২ ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ওদালগুৰিত

ছাজিদ খান by ছাজিদ খান
July 23, 2018 8:31 pm
IMG-20180723-WA0013
133
VIEWS
Share on FacebookShare on Twitter

আজি অসমৰ অন্য অংশৰ লগতে ওদালগুৰিতো বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। ছয় জনগোষ্ঠীৰ দ্বাৰা অনুসুচিত জনজাতিকৰণৰ দাবীত আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধৰ সময়চোৱাত ওদালগুৰিৰ স্বাভাৱিক জীৱনযাত্ৰা বাধাগ্ৰস্ত হৈ পৰে।

বন্ধৰ সময়চোৱাত ওদালগুৰিৰ ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়, বজাৰ, দোকান-পোহাৰ আদি বন্ধ হৈ থকা পৰিলক্ষিত হয়।

ওদালগুৰি জিলাৰ গুৰুত্বপূৰ্ণ চহৰাঞ্চল যেনে কলাইগাঁও, টংলা, ডিমাকুছি, মাজবাট, খৈৰাবাৰী, ৰৌতা, হৰিশিঙা মাজবাট, পানেৰি, ওদালগুৰি আদি  জিলাখনৰ গুৰুত্বপূৰ্ণ চহৰসমূহত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়।

বন্ধৰ সময়চোৱাত জিলাখনৰ এই এলেকাসমূহত নিৰাপত্তাৰক্ষী আৰু জৰুৰীকালীন সেৱাসমূহৰ যান-বাহনৰ বাহিৰে অন্য যান-বাহনৰ চলাচল বন্ধ আছিল।

উল্লেখ্য যে এই বন্ধটো প্ৰথমতে ৪৮ ঘণ্টীয়াকৈ ঘোষণা কৰা হৈছিল যদিও সোমবাৰে পুৱা এই বন্ধৰ সময়সীয়া ১২ ঘণ্টালৈকে হ্ৰাস কৰা হয়।

স্মৰ্তব্য যে মৰাণ, মটক, কোচ ৰাজবংশী, তাই আহোম, চুতীয়া আৰু আদিবাসী সম্প্ৰদায়ে দীৰ্ঘদিন ধৰি অনূসূচিত জনজাতিৰ মৰ্যাদা দাবী কৰি আহিছে। এই ছটা সম্প্ৰদায়ে বিশ্বাস কৰে যে যদিহে তেওঁলোকক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয় তেন্তে তেওঁলোকে শিক্ষা আৰু চৰকাৰী নিয়োগৰ ক্ষেত্ৰত সংৰক্ষণৰ সুবিধা লাভ কৰিব।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd