• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জগতসভা অম্বুবাচীত এলাগী চিৰ চেনেহী অসমীয়া ভাষা, বেছিভাগ ঘোষণা হয় বাংলাত

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , June 24, 2018 11:25 pm

1 min read

জগতসভা অম্বুবাচীত এলাগী চিৰ চেনেহী অসমীয়া ভাষা, বেছিভাগ ঘোষণা হয় বাংলাত
154
VIEWS
Share on FacebookShare on Twitter

অম্বুবাচী মেলা উপলক্ষে অসমৰ অন্যতম ঐতিহ্যস্বৰূপ কামাখ্যা মন্দিৰত লাখ লাখ ভক্তৰ সমাগম ঘটিছে। কিন্তু দেশ-বিদেশৰ ভক্তৰ সন্মুখত নিজৰ ভাষাটো দাঙি ধৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে চৰকাৰ-প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষ।

যিসময়ত অসমীয়া লিপিক লৈ ইউনিক’ডকেন্দ্ৰিক বিতৰ্ক হৈছে, তেনে সময়তে অসমৰেই এক বিশ্বপ্ৰসিদ্ধ জাতীয় অনুষ্ঠানত চৰকাৰ-প্ৰশাসনেই এলাগি কৰিছে অসমীয়া ভাষাক!

অম্বুবাচী মেলাৰ বিভিন্ন ঘোষণাৰ ক্ষেত্ৰত ঘোষকে অসমীয়াৰ ঠাইত প্ৰায়ে ব্যৱহাৰ কৰা দেখা গৈছে বাংলা ভাষা। যিখিনি ঘোষণা অসমীয়া ভাষাত কৰা হৈছে তাতো ভাষাটোক ভুলকৈ উপস্থাপন কৰা পৰিলক্ষিত হৈছে।

হয়তো বিশ্বত এনে কোনো স্থান নোলাব য’ত নিজৰ মাতৃভাষাক একাষৰীয়া কৰি অন্য এটা ভাষাক আগস্থান দিয়া হয়। তেনেক্ষেত্ৰত ভাৰতৰ আন ৰাজ্যৰ লগতে বিদেশৰ পৰা অহা পৰ্যটক আৰু ভক্তসকলৰ আগত নিজৰ ভাষাটো গৌৰৱেৰে কোৱাৰ পৰা লজ্জাজনকভাৱে আঁতৰি থাকিল কৰ্তৃপক্ষ তথা চৰকাৰ-প্ৰশাসন।

পৰ্যটন উন্নয়নৰ জৰিয়তে ৰাজ্যৰ কলা-সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ কথা কোৱা চৰকাৰৰ ছত্ৰছায়াতেই অসমৰ মূল ভাষাটো শুনাৰ পৰা বঞ্চিত কৰা দেখা গ’ল ৰাজ্যলৈ অহা পৰ্যটকসকলক।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd