• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনগোষ্ঠীয় ঐক্য মঞ্চৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ বোকাখাত-তিনিচুকীয়াত

NE NOW NEWS উত্তম শইকীয়া/মানস প্ৰতিম গগৈ
বোকাখাত/মাৰ্ঘেৰিটা , July 23, 2018 1:09 pm

2 min read

IMG-20180723-WA0025
93
VIEWS
Share on FacebookShare on Twitter

বোকাখাতঃ অসমৰ ছয় জনগোষ্ঠীয়ে দিয়া অসম বন্ধৰ সময়ত আজি পুৱাতেই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ বোকাখাতত দেখিবলৈ পোৱা গ’ল। বন্ধৰ প্ৰভাৱত বোকাখাত মহকুমাৰ সকলোতে দোকান-পোহাৰ বন্ধ হোৱাৰ লগতে যাতায়াতো স্থবিৰ হৈ পৰা দেখা যায়৷

উল্লেখ্য যে বোকাখাতত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে চাহবাগিচা বোৰত। বোকাখাতৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথত হাতীখুলি, ৰঙাজান, মেথনি, লতাবাৰী, ইকৰাজান,  লখৌজান,  বিহৰা আৰু নুমলীগড়ত চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বত বন্ধৰ সমৰ্থকে পথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

আটচাৰ প্ৰতিবাদকাৰী সদস্যসকলে হাতে হাতে চৰকাৰ বিৰোধী প্লেকাৰ্ড লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে৷

ইফালে বন্ধৰ ফলত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে প্ৰশাসনে প্ৰায়বোৰ স্থানতে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰিছে৷ ঠাই বিশেষে বোকাখাতৰ মহকুমা দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰিব লগা হয়৷

মাৰ্ঘেৰিটাঃ আনহাতে আজি পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ তিনিচুকীয়া জিলাতো সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হয়৷

জিলাখনৰ শদিয়া,ধলা,কাকপথাৰ,ডুমডুমা,মাকুম,ফিল’বাৰী,মাৰ্ঘেৰিটা,ডিগৱৈ, লিডু, লেখাপানী, বৰগোলাই, টিপং, জাগুনত ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰাৰ লগতে যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে৷

মৰাণ,মটক আৰু তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে তিনিচুকীয়াৰ ৰে’লৱে মাণ্ডলীক কাৰ্যালয়ৰ সন্মুখত আৰু ডুমডুমাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷

উল্লেখযোগ্য যে বন্ধৰ সময়ত অঞ্চলটোৰ বহু কেইখন বহুজাতিক কোম্পানীৰ চাহ বাগান-ফেক্টৰি খোলা থকাত বন্ধ সমৰ্থকসকলে অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

Recent News

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd