• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনসংযোগ কেলেংকাৰী : নিলম্বিত সঞ্চালক ৰঞ্জিত গগৈৰ জামিন লাভ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2018 7:42 am
13regscam
141
VIEWS
Share on FacebookShare on Twitter

জনসংযোগ বিভাগৰ ৩৫ কোটিটকীয়া বিজ্ঞাপন কেলেংকাৰীৰ মূল অভিযুক্ত জনসংযোগ বিভাগৰ নিলম্বিত সঞ্চালক ৰঞ্জিত গগৈয়ে জামিন লাভ কৰিছে।

বিগত প্ৰায় চাৰিমাহ ধৰি কাৰাবন্দী হৈ থকা বিজ্ঞাপন কেলেংকাৰীত অভিযুক্ত গগৈৰ জামিন আৱেদন শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰুমী কুমাৰী ফুকনৰ বিচাৰপীঠে মঞ্জুৰ কৰে।

উল্লেখযোগ্য যে বিগত কংগ্ৰেছ চৰকাৰৰ শাসনকালৰ অন্তিম সময়ছোৱাত চৰকাৰী কাম-কাজৰ বহুল প্ৰচাৰৰ বাবে ধাৰ্য কৰা ৩৫ কোটি টকাৰ বিজ্ঞাপনৰ ধন নিৰ্দিষ্ট কেইটামান সংস্থাৰ সহযোগত গগৈৰ নেতৃত্বতে হৰলুকী হোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

জনসংযোগৰ এই বিজ্ঞাপন কেলেংকাৰী ৰাজ্যত নতুন চৰকাৰ গঠন হোৱাৰ পিছতে তদন্তৰ আওতালৈ আহে। কেলেংকাৰীৰ মূল অভিযুক্ত হিচাপে চিনাক্ত হোৱা তদানীন্তন সঞ্চালক ৰঞ্জিত গগৈক মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰিছিল।

গগৈৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাই ইতিমধ্যে বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰিছে। সেই মৰ্মে নিম্ন আদালতে গগৈৰ জামিন নামাঞ্জুৰ কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে এই কেলেংকাৰীৰ গোচৰৰ এজাহাৰত নাম থকা আন চাৰিজন অভিযুক্তক তদন্তকাৰী সংস্থাই এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই।

জনসংযোগৰ বিজ্ঞাপন কেলেংকাৰীত অভিযুক্ত আন চাৰি জন ব্যৱসায়ী হ’ল ক্ৰমে ব্ৰহ্মপুত্ৰ টেলিভিশ্যন নেটৱৰ্কৰ স্বত্ত্বাধিকাৰী ৰাজীৱ বৰা আৰু অঞ্জনা বৰা, ডেল্টা পাব্লিচিটিৰ স্বত্ত্বাধিকাৰী দিলীপ কলিতা আৰু প্ৰদীপ এডভাৰ্টাইজিঙৰ স্বত্ত্বাধিকাৰী অপূৰ্ব লহকৰ।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd