• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

জাকজমকতা পূৰ্ণ অনুষ্ঠানৰ মাজেৰে নাগালেণ্ড অলিম্পিকৰ আৰম্ভণি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2017 10:24 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত পোনপ্ৰথম বাৰৰ বাবে আয়েজিত নাগালেণ্ড অলিম্পিক মঙলবাৰে আবেলি ডিমাপুৰ জিলা ক্ৰীড়া ক্ষেত্ৰত এক জাকজমকতা পূৰ্ণ অনুষ্ঠানৰ মাজেৰে  আৰম্ভ হয়। নাগা যুৱপ্ৰজন্মৰ প্ৰতিভাক বিষেশভাবে প্ৰদৰ্শিত কৰা উদ্বোধনী অনুষ্ঠানটোৰ সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী ৰাইজ সাক্ষী হৈ ৰয়। নাগালেণ্ড অলিম্পিক সন্থাই ৰাজ্য চৰকাৰৰ সহযোগত আয়োজন কৰা উক্ত অনুষ্ঠানটো শুভ উদ্বোধন কৰি ৰাজ্যপাল পি বি আচাৰ্যই নাগা সকলক অদ্বিতীয় বুলি উল্লেখ কৰি লগতে কয় যে এয়া নাগালেণ্ডবাসীৰ বাবে এক ঐতিহাসিক মুহূৰ্ত।

মন কৰিবলগীয়া যে ১৬ ডিচেম্বৰৰ লৈকে চলিবলগীয়া এই চাৰি দিনীয়া অনুষ্ঠানটো ৩টা ভিন্ন স্থলীত অনুষ্ঠীত হ’ব যত ৰাজ্যখনৰ ১১ খন জিলাৰ পৰা ১২০০ ত কৈ বেছি প্ৰতিযোগীয়ে উশ্বু, ৰেষ্টলিং, ভলিবল, টাইকোৱাণ্ড’, টেবল টেনিছ্, ল’ন টেনিছ ফুটবল, আৰ্চাৰি, এথলেটিকছ আৰু ছেপাক-টাক্ৰ’ আদি বিভাগত অংশ ল’ব।

Apply Now

খেলসমূহৰ কাৰিকৰী কমিটিৰ তত্ত্বাৱধানত প্ৰতিটো বিভাগৰ অনুষ্ঠান সমূহ ৰাজ্যৰ সংশ্লিষ্ট ক্ৰীড়া সংস্থা সমূহৰ দ্বাৰা পৰিচালিত হয়।ইয়াৰ আগেয়ে জিলাসমূহৰ উপায়ুক্ত সকলক, যি জিলা ক্ৰীড়া কাউঞ্চিলসমূহৰ অধ্যক্ষও হয়, সংশ্লিষ্ট জিলা দল সমূহৰ দ্বায়িত্ব দিয়া হয়।

খেলখনৰ উদ্যোক্তা কমিটিয়ে ইতিপূৰ্বে প্ৰত্যেক জিলাৰে জিলা দল বিলাকলৈ খেলুৱৈ নিৰ্বাচন, প্ৰশিক্ষণ, ইউনিফৰ্ম, কিট আৰু অনুষ্ঠান স্থলীৰ পৰা অহা-যোৱা কৰাৰ উদ্দেশ্যে যাতায়তৰ ব্যৱস্থা আদিৰ বাবে প্ৰস্তুতিমূলক অনুদান আগবঢ়াই থৈছিল। প্ৰত্যেক জিলা দলতেই একোজনকৈ ‘চেফ – ডে – মিছন’, বিভাগীয় টীম মেনেজাৰ, বিভাগীয় অতিৰিক্ত টীম মেনেজাৰ, টীম মেনেজাৰ আৰু প্ৰত্যেক বিভাগৰে একোজনকৈ প্ৰশিক্ষক থাকিব। অংশগ্ৰহণকাৰী সকলক নিজৰ নিজৰ কিট আৰু ইউনিফৰ্মৰ লগতে আঁঠুৱা আৰু শোৱাপাটী লৈ আনিবলৈ নিৰ্দেশ দিয়া হৈছে।

নাগালেণ্ড অলিম্পিক সন্থাই লগতে নিশ্চিত কৰে যে বহু প্ৰতীক্ষিত উক্ত অনুষ্ঠানটোলৈ নাগালেণ্ড চৰকাৰৰ স্বীকৃতি তথা সমৰ্থন আছে আৰু ই অলিম্পিক চাৰ্টাৰৰ অধীনত অনুষ্ঠীত হ’বলগীয়া এক বাধ্যতামুলক অনুষ্ঠান।

আনহাতে উদ্বোধনী অনুষ্ঠানটোত নাগালেণ্ডৰ বিভিন্ন ৰক বেণ্ড তথা অন্যান্য শিল্পীৰ দ্বাৰা পৰিৱেশিত অনুষ্ঠানে তাত উপস্থিত অগণন ক্ৰীড়াপ্ৰেমীক মন্ত্ৰমুগ্ধ কৰি তোলে। অনুষ্ঠানটোত লোক সভাৰ সাংসদ নেইফিও ৰিঅ’ ও উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd