DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাতিংগাত ডিমাচা ছাত্ৰ সন্থাৰ স্বচ্ছ ভাৰত অভিযানৰ কাৰ্য্যসূচী

পংকজ কুমাৰ দেৱ by পংকজ কুমাৰ দেৱ
March 12, 2018 12:59 pm
245
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে যোৱা দেওবাৰে ডিমাচা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিটিৰ লগতে হাফলং কলেজ গোটে জাতিংগা নৈ আৰু ইয়াৰ সমীপৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথৰ টপ ডাউন টানেল চৌহদত এক চাফাই অভিযান চলায়।
প্ৰায় ছঘণ্টা ধৰি চলা এই চাফাই অভিযানত অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ লগত স্থানীয় ছাত্ৰ নেতা সকলে ভাগ লয়।
উল্লেখ্য যে ডিমাচা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিটিৰ সাধাৰণ সচিব প্ৰমিত চেংগুইনৰ নেতৃত্বত প্ৰথমে জাতিংগা নৈত চাফাই অভিযান চলোৱা হয়। ইয়াৰ পাছত টপ ডাউন টানেল চৌহদ পৰিস্কাৰ কৰে ছাত্ৰ সন্থাৰ সদস্য সকলে।
স্মৰ্তব্য যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হোৱাৰ পাছত দূৰদূৰনিৰ পৰা বনভোজ যাত্ৰী সকলে জাতিংগা নৈৰ পাৰ ব্যৱহাৰ কৰি লেতেৰা কৰে। আনহাতে ৰাষ্ট্ৰীয় ঘাইপথতো একেই সমস্যা। প্লাষ্টিকৰ বটলৰ লগতে ফাষ্টফুডৰ পেকেট আদিৰ লগতে সুৰাৰ বটল আদি আৱৰ্জনাৰে ভৰি পৰা ঠাই সমূহ পৰিস্কাৰ কৰে ছাত্ৰ নেতা সকলে।

উল্লেখ্য যে চাফাই অভিযানৰ ফলত নতুন ৰূপ লাভ কৰে জাতিংগা নৈৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা টানেল চৌহদে।
ডিমাচা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সচিব প্ৰমিত চেংগুইনে এই সন্দৰ্বত কয় ‘দেশৰ নাগৰিক হিচাপে আমাৰ চৌদিশ চাফ-চিকুণকৈ ৰখাটো আমাৰ দায়িত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানক বাস্তৱ ৰূপ দিয়াৰ লক্ষ্য আগত ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।’

লগতে ছাত্ৰ নেতা গৰাকীয়ে সমাজৰ বিভিন্ন স্তৰৰ ৰাইজক নিজ নিজ গাঁও তথা অঞ্চল সমূহ পৰিস্কাৰকৈ ৰখাৰ বাবে আহ্বান জনায়।

Recent News

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd