DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত নগাঁৱৰ ডিমৌ চাৰিআলিত অগপৰ গণ স্বাক্ষৰ অভিযান

মিন্টূ দাস by মিন্টূ দাস
June 2, 2018 8:13 am
694d8a1e-2e1c-4cd3-b061-01bdceb9b687
151
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী  বিধেয়ক -২০১৬ অসমত জাপি দিব বিচৰাৰ প্ৰতিবাদত ৰাজ্য চৰকাৰৰ অন্যতম মিত্ৰ দল অসম গণ পৰিষদে ৰাজ্যজুৰি গণ স্বাক্ষৰ সংগ্ৰহ কৰি থকাৰ সময়তে নগাঁও জিলাৰ ৰহা সমষ্টিতো গণ স্বাক্ষৰ অভিযান তীব্ৰতৰ কৰি তুলিছে।

শুকুৰবাৰে অসম গণ পৰিষদ দলৰ ৰহা সমষ্টিৰ জাগিয়াল জিলা পৰিষদ সমিতিৰ উদ্যোগত ডিমৌ চাৰিআলিত ৰূপায়ন কৰা হয় এক বিশাল গণ স্বাক্ষৰ কাৰ্যসূচী আৰু সজাগতা সভা।

দিনযোৰা কাৰ্যসূচীৰে ডিমৌ চাৰিআলিত অনুষ্ঠিত হোৱা এই গণ স্বাক্ষৰ সংগ্ৰহ কাৰ্যসূচীত অগপ দলৰ কেইবা শতাধিক কৰ্মীৰ উপৰি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বিভিন্ন শ্ৰেণীৰ সহস্ৰাধিক লোকে স্বতঃস্ফূৰ্তভাৱে সহযোগ আগবঢ়াই খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন কৰা বিধেয়কখন বাতিলৰ দাবীৰ প্ৰতি সমৰ্থন জনোৱাৰ লগতে নিজ নিজ স্বাক্ষৰ প্ৰদান কৰে।

গণ স্বাক্ষৰ সংগ্ৰহ অভিযান কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে  অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পদ্ম গোস্বামীয়ে। এই কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী উমেশ চন্দ্ৰ দাস, শিক্ষাবিদ ভূপেন কুমাৰ ডেকা, ভবেন্দ্ৰ বাগিশৰ উপৰি কেশৱ দাস, হৰিকান্ত দাস, বিনু ডেকা, নাৰায়ণ ভূঞা, ললিত ডেকা, পৰাণ দাস, ৰঞ্জিত ডেকা, জীৱন শইকীয়া, জয়ন্ত গোস্বামী আদি কৰি শতাধিক কৰ্মী উপস্থিত থাকি বিধেয়কখন গৃহীত হ’বলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd