• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

জানুৱাৰিৰ মাজভাগত মেঘালয়ৰ নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2017 3:31 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা বছৰৰ জানুৱাৰিৰ দ্বিতীয় সপ্তাহত আসন্ন মেঘালয় বিধানসভা নিৰ্বাচনৰ দিন ঘোষিত হ’ব। খ্ৰীষ্টমাছৰ সন্ধিয়া সংবাদ মাধ্যমক সম্বুধি ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া ফ্ৰেদেৰিক খাৰকংগৰে জনায় যে শেহতীয়াকৈ মুখ্য নিৰ্বাচন আয়ুক্ত এ কে জ্যোতিৰ নেতৃত্বত ৰাজ্যখন ভ্ৰমণ কৰা ভাৰতৰ নিৰ্বাচন আয়োগৰ দলটো নিৰ্বাচনী প্ৰস্তুতিক লৈ সন্তুষ্ট। তেওঁ লগতে কয় যে জানুৱাৰিৰ দ্বিতীয় সপ্তাহৰ কোনো এটা দিনত নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ আগতে ধৰ্মীয় উৎসৱ আৰু পৰীক্ষাকে ধৰি সকলো দিশ নিৰ্বাচন আয়োগে পুংখানুপুংখভাৱে বিচাৰ কৰাটো বাধ্যতামূলক। ইয়াৰ পূৰ্বে ৰাজনৈতিক দল সমূহে ধৰ্মীয় উৎসৱ আৰু পৰীক্ষাৰ সময়সূচীৰ সৈতে নিৰ্বাচনৰ দিন একে সময়তে পৰাৰ আশংকা এৰাই চলাৰ বাবে নিৰ্বাচন আয়োগক আহ্বান জনাইছিল। সাধাৰণতে আয়োগে নিৰ্বাচনৰ বাবে সৰ্বাধিক ৪৫ দিন আৰু সৰ্বনিম্ন ২১ দিন সময় দিয়ে। ‘ঘোষণাটো জানুৱাৰিৰ দ্বিতীয় সপ্তাহৰ প্ৰথম বা দ্বিতীয় ভাগত কৰা হ’ব বুলি আশা কৰিছো’, খাৰকংগৰে জনায়। ২০১৩ চনত নিৰ্বাচন আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্য- মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ দুই তৰপীয়া নিৰ্বাচনৰ দিন জানুৱাৰিৰ ১১ তাৰিখে ঘোষণা কৰিছিল। সেই উপলক্ষে মেঘালয় আৰু নাগালেণ্ডৰ নিৰ্বাচনৰ দিন আছিল ২৩ ফেব্ৰুৱাৰি আনহাতে ত্ৰিপুৰাৰ আছিল ১৪ ফেব্ৰুৱাৰি। তিনিখন ৰাজ্যৰে ভোট গণনা হৈছিল ২৮ ফেব্ৰুৱাৰিত।

খাৰ গংগৰে কয় যে ই ভি এম আৰু ভিভিপিএটিক লৈ যদি কিবা সন্দেহ আছে তাক দূৰ কৰাৰ বাবে ৰাজনৈতিক দল বিলাকৰ অন্য এখন বৈঠক জানুৱাৰিৰ কোনোবা দিনত অনুষ্ঠিত হ’ব। ৰাজ্যখনত ইতিমধ্যে ৪৪০০ টা ভিভিপিএটি মেচিন আহি পাইছে। মেঘালয়ত ইতিমধ্যে ৪৮০০ টা ইভিএম আছে।

Apply Now

উল্লেখযোগ্য যে মেঘালয়ৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল ২০১৮ চনৰ ৬ মাৰ্চত শেষ হ’ব। ৰাজ্যখনৰ ৬০ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব। শাসকীয় কংগ্ৰেছ দলে সকলো সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে। মুখ্য মন্ত্ৰী মুকুল চাংমাই আমপতি আৰু চংচাক এই দুই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

আনহাতে বিজেপিয়ে মেঘালয়ৰ ক্ষমতা দখল কৰি উত্তৰ পূৰ্বাঞ্চলত নিজৰ স্থিতি বঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd