DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ইণ্ডিয়াজ বেষ্ট ড্ৰামেবাজত নলবাৰীৰ চাৰিগৰাকী শিশু শিল্পী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2018 8:38 am
502216_1524564427
112
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় টেলিভিশ্যন জি টিভিয়ে আয়োজন কৰি অহা জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ইণ্ডিয়াজ বেষ্ট ড্ৰামেবাজত অংশ লোৱাৰ উদ্দেশ্যে এগৰাকী নহয় নলবাৰীৰ চাৰিগৰাকীকৈ প্ৰতিভাৱান শিশু প্ৰতিযোগী বৃহস্পতিবাৰে ৰাওনা হৈছে মুম্বাইলৈ।

ইতিমধ্যে ইণ্ডিয়াজ বেষ্ট ড্ৰামেবাজ চিজন ২ৰ জৰিয়তে নিজৰ প্ৰতিভাৰ উমান দি থোৱা নলবাৰীৰ শিশু শিল্পী তমান্না দীপকৰ পাছত পুনৰ জিলাখনৰ চাৰিগৰাকী শিশু শিল্পীয়ে এইদৰে ৰাষ্ট্ৰীয় টেলিভিশ্যনৰ মঞ্চত অংশ লোৱাৰ সুযোগ লাভ কৰাত স্বাভাৱিকতে জিলাখনলৈ সুনাম তথা গৌৰৱ কঢ়িয়াই আনিছে।

নলবাৰীৰ পানীগাঁৱৰ সমন্বয় নাট্য বিদ্যালয়ৰ ছাত্ৰ হৰ্ষদ কাশ্যপৰ উপৰি ছাত্ৰী কুৱলী মুন্না কাশ্যপ, শুভাংগী মনজিৎ আৰু যুক্তা বৰ্মনে ১৯ মে’ৰ পৰা মুম্বাইত অনুষ্ঠিত হ’বলগীয় মেগা অডিশ্যনত ভাগ ল’ব।

উল্লেখযোগ্য যে চাৰিওগৰাকী শিশু শিল্পীয়ে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চল অডিশ্যন আৰু কলকাতা অডিশ্যনত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত মুম্বাইৰ মেগা অডিশ্যনলৈ নিৰ্বাচিত হৈছে।

ইফালে চাৰিগৰাকী প্ৰতিভাৱান শিল্পীৰ এনে সাফল্যত জিলাখনৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰীয় স্তৰত জিলিকি উঠাৰ কামনা কৰে।

Recent News

Dog Helps Monkey

শত্ৰুতাৰ অৱসান; স্বাক্ষৰিত হ’ল মিত্ৰতাৰ চুক্তি! নিজ পিঠিত তুলি নতুন মিত্ৰক বিশেষ অভিযানত সহায়: চাওক ভিডিঅ’

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd