• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জীয়া গাভৰুত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজনৰ : হাতী খেদা শিবিৰ স্থাপনৰ দাবী গাওঁবাসীৰ

NE NOW NEWS প্ৰনৱ কুমাৰ দাস
তেজপুৰ , May 6, 2018 8:00 pm

1 min read

বনৰীয়া হাতী

প্ৰতিনিধিত্বমূলক ছবি

111
VIEWS
Share on FacebookShare on Twitter

শোণিতপুৰ জিলাৰ জীয়া গাভৰুত আজি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়। নিহত লোকজনক সেই অঞ্চলৰে হেমন্ত শইকীয়া (৫৫) বুলি চিনাক্ত কৰা হৈছে।

তেজপুৰ বন বিভাগৰ বিষয়াই জনোৱা মতে ধেন্দাই চাহ বাগিচাত বিচৰণ কৰি থকা বনৰীয়া হাতীৰ এটা জাকে আজি পুৱা প্ৰায় ৪ বজাত খাদ্যৰ সন্ধানত নিহত হেমন্ত শইকীয়াৰ বাৰীত সোমাই বাৰীখন তহিলং কৰিবলৈ ধৰে। ফলত শইকীয়াই হাতীৰ জাকটোক খেদাৰ চেষ্টা চলাওঁতে ইয়াৰে এটা হাতীয়ে তেওঁক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল।

লোকজনক তৎক্ষনাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

উল্লেখযোগ্য যে জীয়া গাভৰু অঞ্চলৰ গাওঁবাসীক বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা বচাই ৰখাৰ উদ্দেশ্যে অঞ্চলটোত এক হাতী খেদা শিবিৰ স্থাপন কৰি তাৰ পৰা বনৰীয়া হাতীক খেদি পঠিওৱা হৈছিল।

কিন্তু পিছত বন বিভাগে অঞ্চলটোৰ পৰা উক্ত শিবিৰটো উঠোৱাই লৈ যোৱাত গাওঁবাসীসকল পুনৰ হাতীৰ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছে। আজিৰ এই ঘটণাটোত ক্ষুব্ধ হৈ উঠা গাওঁবাসীয়ে উক্ত শিবিৰটো পুনৰ স্থাপন কৰিবলৈ বন বিভাগক দাবী জনায়।

বিত অ’ফিচাৰ গোপাল ডেকাৰ সৈতে যোৱা বন বিভাগৰ দলে ঘটণাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

Recent News

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

index.jpg1

এতিয়াৰে পৰা ৰাজহুৱা স্থানত পিক পেৱোলা বন্ধ কৰক; মাস্ক পিন্ধক : নিয়ম উলংঘা কৰিলে ভুগিব লাগিব শাস্তি!

index

গোলাঘাটৰ সুভাষ কলনিত ভয়াৱহ অগ্নিকাণ্ড : লক্ষাধিক সম্পত্তিসহ এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd