• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জুবিন ফ্ৰেণ্ডচ ক্লাবৰ বিশ্ব পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীত নাহৰ ৰোপণ

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , June 5, 2018 9:20 am

1 min read

জুবিন ফ্ৰেণ্ডচ ক্লাবৰ বিশ্ব পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীত নাহৰ ৰোপণ
86
VIEWS
Share on FacebookShare on Twitter

আজি বিশ্ব পৰিৱেশ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি জুবিনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মাজুলী নদী দ্বীপটোৰ চৌদিশে জুবিন ফ্ৰেণ্ডচ ক্লাবৰ উদ্যোগত ৰোপণ কৰা হৈছে নাহৰ।

ৰোপন কৰা প্ৰতিটো নাহৰ পুলিৰ সমান্তৰালকৈ উন্নত মানৰ বেৰা, প্ৰতিটো পুলি প্ৰতিপালনৰ বাবে একো একোজনকৈ লোকক দায়িত্ব ন্যস্ত কৰা হৈছে।

মাজুলীৰ ঐতিহাসিক দৰিয়া ডুবিৰ পাৰত সৌন্দৰ্য বৰ্দ্ধনৰ বাবে পথৰ দুয়োপাৰে শৃংখলিত ৰূপত ৰোপণ কৰা হৈছে নাহৰৰ পুলি।

আনহাতে জুবিন ফ্ৰেণ্ডচ ক্লাবৰ আহ্বানত আগবাঢ়ি আহিছে বিজ্ঞজনো। এটা পুলিও যাতে নষ্ট নহয় অথবা প্ৰতিপালনৰ অভাৱত মৰি নাযায় তাৰ প্ৰতি সদায় সচেষ্ট হোৱাৰ পন লৈছে ডেকা বন্ধু সকলে।

এইদৰে সঠিক ভাবে জীপাল হৈ উঠিলে প্ৰকৃতিৰ কোলাৰ নাহৰৰ দ্বীপ ৰূপে জিলিকি উঠিব নদীদ্বীপ মাজুলী। ফলত আজি এই বিশ্ব পৰিবেশ দিৱসৰ দিনা গছ পুলি ৰোপণৰ নামত যাতে পুলি সমূহ নষ্ট নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ সমূহৰ প্ৰতি আহ্বান জনাইছে জুবিন ফ্ৰেণ্ডচ ক্লাবে।

 

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd