DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জুৱা আৰু অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে হাউলীৰ শুকমানাহ বজাৰত সজাগতা সভা

আনিছুজ জামান by আনিছুজ জামান
May 10, 2018 8:06 pm
IMG-20180509-WA0008
95
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত  পল্লাৰপাৰ শুকমানাহ বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত বজাৰ প্ৰাঙ্গণত অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুৰ ৰহমানৰ পৌৰাহিত্যত জিলাখনত বৃদ্ধি পোৱা জুৱা আৰু অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে এখনি সজাগতা সভা অনুষ্ঠিত হয়।

উক্ত সভাত উপস্থিত থাকি ভাষন প্ৰদান কৰে হাউলী জুনিয়ৰ মহাবিদ্যালয়ৰ আৰবিক বিভাগৰ প্ৰৱক্তা ওৱাহিদুৰ ৰহমান খান, বঙাইগাঁও জিলাৰ ৰেচম পৰিদৰ্শক দেৱান মোৱাজ্জেম হুছেইন, ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন কলিতা আৰু বৰপেটা জিলা আমছুৰ শিক্ষা সম্পাদক আমিনুৰ ৰহমানৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি।

পাচ সহস্ৰাধিক লোক উপস্থিত থকা সভাখনত আমিনুৰ ৰহমানে তেওঁৰ ভাষনত বৰ্তমান বৃহত্তৰ শুকমানাহ অঞ্চলত গা কৰি উঠা জুৱা আৰু অসামাজিক কাম কাজৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

IMG-20180509-WA0010

তেওঁ লগতে দীৰ্ঘদিনৰ পৰা শুকমানাহবাসী ৰাইজে গঢ়ি তোলা জুৱা আৰু মাদক দ্ৰব্য বিহীন  সমাজখনৰ গৰীমা অক্ষুন্ন ৰাখি বৃহত্তৰ অঞ্চলটোত শিক্ষা ক্ষেত্ৰত জাগৰন সৃষ্টি কৰিবলৈ আহ্বান কৰে।

উল্লেখ্য যে উক্ত সভাত অৱসৰ প্ৰাপ্ত শিক্ষক আব্দুৰ ৰহমানক সভাপতি, স্থানীয় সমাজকৰ্মী আবু বাক্কাৰক সাধাৰণ সম্পাদক হিচাপে লৈ অসামাজিক কাম বিৰোধি এখন শক্তিশালী সমিতিও গঠন কৰা হয়।

ইফালে সভাৰ জৰিয়তে সমাজ সংস্কাৰৰ ক্ষেত্রত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰে উপস্থিত ব্যক্তিসকলে।

Recent News

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd