• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টংলা মহাবিদ্যালয়ত ‘ডিজিটেল পেইমেণ্ট এণ্ড চাইবাৰ ক্ৰাইম’ শীৰ্ষক কৰ্মশালাৰ আয়োজন

NE NOW NEWS ছাজিদ খান
ওদালগুৰি , March 28, 2018 5:19 pm

1 min read

Digital Workshop on Payment and Cyber Crime
94
VIEWS
Share on FacebookShare on Twitter

টংলা মহাবিদ্যালয়ত যোৱা মঙলবাৰে ধনৰ ডিজিটেল লেনদেন আৰু চাইবাৰ অপৰাধৰ ক্ষেত্ৰত ‘ডিজিটেল পেইমেণ্ট এণ্ড চাইবাৰ ক্ৰাইম’ শীৰ্ষক এখন সজাগতা মুলক কৰ্মশালা আয়োজন কৰা হয়।

গুৱাহাটীৰ এন আই ই এল আই টি আৰু এছ বি আই টংলা শাখাৰ সহযোগত আই কিউ এ চি আৰু বাণিজ্য বিভাগে যুটূীয়াভাৱে আয়োজন কৰা উক্ত কৰ্মশালাখনত  আই কিউ এ চিৰ সমণ্ণয়ক ড০ সত্যেন্দ্ৰ কুমাৰ শৰ্মাই নিজ ভাষণত ‘ডিজিটেল ইণ্ডিয়া প্ৰ’গ্ৰেম’ৰ অধীনত ধনৰ ডিজিটেল লেনদেন সম্পৰ্কে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

টংলা এছ বি আইৰ প্ৰ’বেশ্যনেৰী বিষয়া মাধুৰ্য্য বিকাশ শৰ্মাই ডিজিটেল বেংকিং ব্যৱস্থা আৰু এই ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সম্পৰ্কে বাখ্যা আগবঢ়ায়। আনহাতে এছ বি আইৰ কাৰিকৰি বিষয়া মৃদুল পাচাৰিয়ে ইউৰোপিয় দেশসমূহৰ তুলনাত ভাৰতৰত ডিজিটেল ধনৰ লেনদেন আৰু বেংকিং ব্যৱস্থাৰ ওপৰত বিস্তিতভাৱে আলোচনা কৰে।

ইয়াৰ উপৰি গুৱাহাটীৰ এন আই ই এল আই টিৰ উপ সঞ্চালক ৰিংকু দাসে চাইবাৰ অপৰাধ আৰু এই ক্ষেত্ৰত ব্যৱহাৰকাৰী সকলে ল’বলগীয়া সাৱধানতা সম্পৰ্কে বিস্তিত ব্যখ্যা  আগবঢ়ায়।

টংলা মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড০ অঞ্জলী চক্ৰবৰ্তীয়ে পৌৰোহিত্য কৰা আৰু মহাবিদ্যলয়খনৰ অধ্যাপক চন্দন বৰুৱাই আঁট কৰ্মশালাখনত অঞ্চলটোৰ বহুকেইখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd