• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টাৱাঙৰ এক পথ দুৰ্ঘটনাত অৰুণাচলৰ বিশিষ্ট লেখক ছেৱাং নোৰ্বু আৰু কন্যাৰ কৰুণ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2018 10:33 am
Tsewang Norbu
108
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ টাৱাঙত সংঘটিত এক পথ দুৰ্ঘটনাত নিহত হোৱা ৰাজ্যখনৰ এজন বিশিষ্ট লেখক তথা উদ্দ্যোগী ছেৱাং নোৰ্বু আৰু তেওঁৰ কন্যাৰ মৃতদেহ বুধবাৰে উদ্ধাৰ কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, সোমবাৰে পূৱা প্ৰায় ৫:৩০ বজাত নোৰ্বুয়ে তেওঁৰ ২৫ বছৰীয়া কন্যা ল’বছাং নোৰ্বোৰ সৈতে গুৱহাটীৰ পৰা টাৱাং আভিমুখে যাত্ৰা আৰম্ভ কৰিছিল।

কিন্তু পিছত তেওঁলোকৰ সৈতে কোনোধৰণৰ যোগাযোগ কৰিব নোৱাৰা হোৱাত পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীৰ লোকে আই টি বি পি, সেনা আৰু এছ এছ বি লোকৰ সৈতে লগ হৈ মঙলবাৰে ব্যক্তি দুজনক বিচাৰি উলিওৱাৰ উদ্দেশ্যে অনুসন্ধান আৰম্ভ কৰে।

উক্ত অনুসন্ধান কালত নৰ্বোয়ে চলাই অহা টয়টা এটিয়ছ গাড়ীখন ছে লা পাছৰ সমিপৰ এটা ১০০০ ফুট তলৰ খাৱৈত সম্পুৰ্ণ বিধ্বস্ত অৱস্থাত উদ্ধাৰ কৰা হয়। কিন্তু আন্ধাৰৰ ফলত অনুসন্ধান কাৰ্য সামৰিব লগীয়া হোৱাত উক্ত দিনা লোক দুজনৰ সন্ধান উলিয়াব পৰা নগল।

পিছত বুধবাৰে পুনৰ অনুসন্ধান কাৰ্য আৰম্ভ কৰি পূৱা প্ৰায় ৮ বজাত অভিযানকাৰী দলে লোক দুজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অঞ্চলটোত চলি থকা প্ৰবল তুষাৰপাতৰ ফলতে উক্ত পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

উল্লেখযোগ্য যে টাৱাঙৰ এগৰাকী জনপ্ৰিয় ব্যক্তি নৰ্বোৰ জ্যেষ্ঠ ভাতৃ ছেৱাং দ’ঙধুপ টাৱাং সমষ্টিৰ প্ৰাক্তন বিধায়ক।

Recent News

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd