• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাইফেডে অসমত খুলিব এহেজাৰ ক্ৰয় কেন্দ্ৰঃ ১৫ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব ‘আদি মহোৎসৱ’

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2017 8:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৮ ৰ ৪ জানুৱাৰীত অসম চৰকাৰ আৰু ট্ৰাইফেডৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা ট্ৰাইফেডে প্ৰথমবাৰৰ বাবে অসমৰ পৰা লঘু বনজ সম্পদ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ট্ৰাইফেডৰ পৰিচালক সঞ্চালক প্ৰবীৰ কৃষ্ণ আৰু অসম চৰকাৰৰ মাজত শনিবাৰে অনুষ্ঠিত হোৱা আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকৰ পিছত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত ট্ৰাইফেডৰ পৰিচালন সঞ্চালকগৰাকীয়ে কয় যে ট্ৰাইফেডে অসমৰ পৰা ন্যুনতম সমৰ্থিত মূল্যত লঘু বনজ দ্ৰব্য ক্ৰয় কৰিব। সংস্থাটোৱে লঘু বনজ দ্ৰব্যৰ উপৰি আদিবাসী জনজাতীয় লোকসকলে উৎপাদন কৰা হস্তশিল্পজাত সামগ্ৰীও ক্ৰয় কৰিব আৰু তেওঁলোকক বজাৰৰ লগত সম্পৰ্কিত কৰি তুলিব।

Apply Now

ট্ৰাইফেডে এনেদৰে লঘু বনজ সম্পদ ক্ৰয় কৰা অসম দেশৰ ভিতৰত একবিংশতিতম ৰাজ্য হ’ব। অসমৰ বনাঞ্চলত পোৱা তেতেঁলি, বেল, মৌ, ঝাৰু গছ, শালপাত, লা, কালমেঘ, নিম বীজ আদি ক্ৰয় কৰা হ’ব।

গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটক জড়িত কৰি অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰ জৰিয়তে ফেব্ৰুৱাৰী মাহৰ পৰা সামগ্ৰীসমূহ ক্ৰয় কৰা হ’ব। ক্ৰয় কৰা কেঁচা সামগ্ৰীসমূহ সংসাধন কৰি মূল্য সংযোজন কৰাৰ বাবে ৰাজ্যখনৰ এহেজাৰ স্থানত একোটাকৈ ক্ৰয় কেন্দ্ৰ তথা মূল্য সংসাধন কেন্দ্ৰ স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পুঁজি আগবঢ়াব।

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰো সচিব কৃষ্ণই জানিব দিয়ে যে ট্ৰাইপেড বন বিভাগ আৰু হস্ততাঁত ও বস্ত্ৰ বিভাগৰ সৈতেও বুজাবুজিৰ চুক্তি কৰিব। এই চুক্তিৰ অধীনত ট্ৰাইফেডৰ ব্ৰেণ্ড ট্ৰাইবছ ইণ্ডিয়াৰ সামগ্ৰী বন আৰু হস্ততাঁত ও বস্ত্ৰ বিভাগৰ জৰিয়তে আৰু তেওঁলোকৰ সমাগ্ৰীসমূহ ট্ৰাইফেডৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰা হ’ব।

ট্ৰাইফেডে উত্তৰ পূৰ্বাঞ্চলত ২৫ টা খুচুৰা কেন্দ্ৰ স্থাপন কৰিব। ইয়াৰে তিনিটা স্থাপন কৰা হ’ব গুৱাহাটী মহানগৰীত। গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত এটা, হস্ততাঁত বিভাগৰ অধীনৰ প্ৰাগজ্যোতিকা আৰু পূৰ্বশ্ৰী শ্ব’ৰুমত একোটাকৈ কেন্দ্ৰ স্থাপন কৰা হ’ব। নতুন বছৰৰ ১৫ ফেব্ৰুৱাৰীত কেন্দ্ৰ কেইটা মুকলি কৰা হ’ব।

আদিবাসী জনজাতীয় লোকসকলে উৎপাদন কৰা বিভিন্ন সামগ্ৰী, তেওঁলোকৰ কলা-সংস্কৃতি আৰু খাদ্যসম্ভাৰক জনপ্ৰিয় কৰি তোলাৰ লক্ষ্যৰে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ গুৱাহাটীত ট্ৰাইফেডে অনুষ্ঠিত কৰিব ‘আদি মহোৎসৱ’ শীৰ্ষক এক উৎসৱ। এই উৎসৱত দেশৰ ২৫০ গৰাকী শ্ৰেষ্ঠ জনজাতীয় কলাকাৰৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰী তথা প্ৰদৰ্শন কৰা হ’ব বুলি সচিব কৃষ্ণই জানিব দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd