• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডকমকা-কাণ্ডৰ আন দুজন অভিযুক্ত বুবাই ৰাভা আৰু বিজয় স্বৰ্গিয়াৰীক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2018 7:39 pm
Dokmoka_accused

ডকমকা-কাণ্ডৰ শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা দুজন অভিযুক্ত বিজয় স্বৰ্গিয়াৰী আৰু বুবাই ৰাভা।

120
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য কঁপাই যোৱা ডকমকা-কাণ্ডৰ আন দুজন অভিযুক্তক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই কথা জনাইছে কাৰ্বি আংলং আৰক্ষীৰ সূত্ৰই।

এই দুজনকে ধৰি ঘটনাটো সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা হ’লগৈ ৩০জন। আজি গ্ৰেপ্তাৰ কৰা দুজনৰ নাম হ’ল ক্ৰমে বুবাই ৰাভা আৰু বিজয় স্বৰ্গিয়াৰী। তেওঁলোক দুয়োজনৰে ঘৰ পাণজুৰি কছাৰীগাঁৱত বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে গোটেই ৰাজ্যৰে সমাজ জীৱনত তীব্ৰ আলোড়ন সৃষ্টি কৰা ডকমকা-কাণ্ডৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে বিশেষ তদন্তকাৰী গোট গঠন কৰিছিল। ইপিনে ঘটনাটোৰ অনুসন্ধানৰ বাবে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুকেশ আগৰৱালাও ডকমকাত বাহৰ পাতিছিল।

ৰাজ্যৰ আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ইতিমধ্যে জনোৱামতে, এই ঘটনাৰ অপৰাধীসকলৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ’ব।

ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়েও এটা নিজা ববীয়া গোচৰ ৰুজু কৰিছে। এই গোচৰৰ ভিত্তিত ন্যায়ালয়ে ৰাজ্য চৰকাৰক অহা ২০ জুনৰ ভিতৰত এই হত্যাকাণ্ডটো কেনেকৈ ঘটিবলৈ পালে আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ ভূমিকা কি আছিল তাৰ বিস্তাৰিত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd