DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডকমকা কাণ্ডৰ প্ৰতিবাদ আৰু অভিজিৎ-নীলোৎপলৰ আত্মাৰ শান্তিৰ বাবে টংলাত মৌন সমদল

ছাজিদ খান by ছাজিদ খান
June 14, 2018 11:44 pm
Tangla candle light protest
136
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত নৃশংস হত্যাকাণ্ডৰ বলি অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে ম্ৰিয়মান হৈ পৰা ওদালগুৰি বাসীয়ে আজি আৱেলি টংলা নগৰত বন্তি প্ৰজ্জ্বলনৰে এক মৌন সমদল বাহিৰ কৰে।

টংলাৰ স্থানীয় স্বেচ্ছাসেৱী সংগঠন আগনৰ উদ্যোগত অনুষ্ঠিত উক্ত মৌন সমদলত অঞ্চলটোৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকেই অংশ গ্ৰহণ কৰে।

মৌন সমদলটোক অভিনেতা পবিত্ৰ ৰাভা আৰু তেওঁৰ থিয়েটাৰ গোষ্ঠি দাপোনৰ সদ্যসকলে নেতৃত্ব দিয়ে। মৌন সমদলটোত গোট খোৱা লোকসকলক সম্বোধন কৰি ৰাভাই কয়, ‘আমি এজনে আনজনৰ কথা শুনা উচিত, এখন সুস্থ সমাজৰ উদ্দেশ্যে আনৰ দুখ-বেদনা বুজা উচিত।‘

তেওঁ আৰু কয় যে ৰাজ্যখনে যাতে আকৌ কোনোদিনে দিনে এনে ঘটনাৰ সাক্ষী হ’বলগীয়া নহয়। দোষীক উচিত শাস্তি দিয়াৰ দাবী জনাই তেওঁ মিলা-প্ৰীতিৰে বসবাস কৰি যাতে এখন সুস্থিৰ সমাজ গঢ়াৰ সংকল্প ল’বলৈ আহ্বান জনায়।

উক্ত অনুষ্ঠানতে সমবেত লোকসকলে কোনোধৰণৰ উৰাবাতৰিক যাতে ৰাইজে প্ৰশ্ৰয় নিদিয়ে সেই সন্দৰ্ভতো সকলো সজাগ হোৱাৰ ওপৰত গুৰুত্ব দিয়ে।

Recent News

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd