• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডকমকা কাণ্ড : গুৱাহাটীত সচেতন শিল্পী সমাজৰ শান্তি সভা; দোষীক কঠোৰ শাস্তিৰ দাবী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 17, 2018 9:59 pm
Actor Rajib Kro delivering speech during the protest against Killing two youth and demand immediate punishment the culprit organised by Sateton Shilpi Samaj, Asom at Chandmari Field in Guwahati on 17-06-18. Pix BY UB Photos
136
VIEWS
Share on FacebookShare on Twitter

নীলোৎপল-অভিজিত হত্যাৰ দোষীক আইনে উপযুক্ত শাস্তি প্ৰদান কৰিব নোৱাৰিলে ন্যায় ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা হেৰাই যাব বুলি আজি ১৭ জুনত মত প্ৰকাশ কৰিছে আলোচনাপন্থী আলফা নেতা জিতেন দত্তই।

সচেতন শিল্পী সমাজ, অসমৰ উদ্যোগত জুবিন গাৰ্গৰ আহ্বানত গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজিত শান্তি সভাত দত্তই এই মন্তব্য কৰে।

চাৰ্জশ্বীট দাখিলত খুঁট ৰখাৰ ফলত কোনো অপৰাধীয়ে যাতে আইনৰ সুৰুঙাৰে সাৰিব নোৱাৰাটো আৰু সাক্ষীসকলৰ নিৰাপত্তা ‘নিশ্চিত’ কৰিবলৈও দত্তই অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদক দাবী জনায়।

আনহাতে অপৰাধী যি জাতি বা ধৰ্মৰেই নহ’লেও কঠোৰ শাস্তি দিয়াৰ বাবে আহ্বান জনাই অভিনেতা ৰাজীৱ ক্ৰ’ই এই ঘটনাৰ লগত এটা জনগোষ্ঠীক সাঙুৰিব বিচৰা কাৰ্যক ধিক্কাৰ দিয়ে।

ইয়াৰ উপৰিও ডকমকাৰ ঘটনাথলীত দুই নিহত যুৱকৰ মূৰ্তি নিৰ্মাণ আৰু কান্ঠিলাংচ’ জলপ্ৰপাতটো নীলোৎপল-অভিজিতৰ নামেৰে জনাজাত কৰাতকৈ তাত অনগ্ৰসৰ লোকসকলে শিক্ষাৰ পোহৰ লাভ কৰিব পৰাকৈ এখন বিদ্যালয় স্থাপন কৰাৰ পৰামৰ্শ দিয়ে। তাৰোপৰি কাৰ্বি ভাষাত ‘কান্ঠিলাংচ’’ শব্দৰ অৰ্থ ‘সৰু পবিত্ৰ নিজৰাৰ পানী’ বুলি উল্লেখ কৰি অভিনেতাজনে কয় যে হঠাৎ সেই নাম সলাই দিলে সেই অঞ্চলৰ স্থানীয় লোকসকলৰ আৱেগক আঘাট কৰা হ’ব।

নীলোৎপল-অভিজিতক হত্যা কৰা ৮ জুন দিনটো ‘অন্ধবিশ্বাসবিৰোধী দিৱস’ হিচাপে পালনৰ বাবেও তেওঁ দাবী জনায়।

শান্তি সভাখনৰ আৰম্ভণিতে নীলোৎপল-অভিজিৎ আৰু ২০১৩ চনত ডিফুত দুৰ্বৃত্তৰ আক্ৰমণত নিহত ঝংকাৰ শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিল্পী সূৰ্য্য দাসৰ লগতে উপস্থিত লোকসকলে।

গা বেয়া হোৱা বাবে সভাখনৰ মুখ্য আহ্বায়ক জুবিন গাৰ্গে অনুষ্ঠানটোত ভাগ ল’ব নোৱাৰিলেও মালৱিকা বৰা, সন্ধ্যা মেনন, অনুপম শইকীয়াকে ধৰি বহুকেইগৰাকী শিল্পী-কলাকুশলী অনুষ্ঠানটোত উপস্থিত থাকে।

এই নৃশংস কাণ্ডৰ ন্যায় বিচাৰি উদ্যোক্তাসকলে এক স্বাক্ষৰ সংগ্ৰহ কাৰ্য্যসূচীও হাতত লোৱাৰ কথাও আজিৰ সভাতে ঘোষণা কৰে।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd