• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডন বস্কো হাইস্কুলৰ পৃষ্ঠপোষকতাত হোজাইত  পথ সুৰক্ষা সপ্তাহৰ আয়োজন

NE NOW NEWS নিখিল মুন্দ্ৰা
হোজাই , May 2, 2018 6:07 pm

1 min read

Hojai_road safety
69
VIEWS
Share on FacebookShare on Twitter

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পথ সুৰক্ষা সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবে হোজাইৰ ডন বস্কো হাইস্কুলে বুধবাৰে পথ সুৰক্ষা সপ্তাহৰ আয়োজন কৰিছে।

হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰপ্ত বিষয়া কীটেশ্বৰ বনিয়াই এই অনুষ্ঠানত মুখ্য অতিধি হিচাপে অংশগ্ৰহণ কৰিছিল।

ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰপ্ত বিষয়া কীটেশ্বৰ বনিয়াই কয় যে অধিক সংখ্যক দুৰ্ঘটনাতেই যুৱচাম অধিক দুৰ্ঘটনাত পতিত হয়। বৰ্ধিত যান-বাহনৰ সংখ্যা আৰু যথে-মধে গাড়ী চলোৱাৰ বাবে পথ সুৰক্ষা কাৰ্যসূচীৰ প্ৰয়োজন আহি পৰিছে। পথ সুৰক্ষা সম্পৰ্কে শিশুহঁতক সচেতন কৰাটো জৰুৰী, য়াতে তেওঁলোকে সমাজক সুষ্ঠভাৱে আগবঢ়াই নিব পাৰে। গাড়ী চলোৱাৰ অভ্যাস উন্নত কৰিলে আমাৰ ৰাষ্টা-ঘাটসমমূহ অধিক সুৰক্ষিত হ’ব বুলি তেওঁ মন্তব্য কৰে।

হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰপ্ত বিষয়াগাকীয়ে গাড়ী চলোৱাৰ সময়ত যান-বাহন আইন মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

গাড়ী চলোৱাৰ পূৰ্বে যান-বাহন চলোৱাৰ নিয়মসূহৰ সৈতে পৰিচিত হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকক অনুৰোধ জনায়।

এই কাৰ্যসূচীত প্ৰায় ১৬৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd