• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিগবৈ তৈলক্ষেত্ৰক পৰ্যটনস্থলী ৰূপে গঢ়ি তোলাৰ পৰিকল্পনা অইল ইণ্ডিয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2018 10:28 am
Assam-Digboi-Refinery
1k
VIEWS
Share on FacebookShare on Twitter

ঐতিহাসিক ডিগবৈ তৈল ক্ষেত্ৰক তৈল পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা হাতত লৈছে অইল ইণ্ডিয়া লিমিটেডে। মঙলবাৰে অইলৰ পূৰ্বাঞ্চলীয় সম্পদৰ ডিগবৈ কাৰ্যালয়ত অইল ইণ্ডিয়াৰ সঞ্চালক (অপাৰেশ্যন) প্ৰমোদ কুমাৰ শৰ্মা, পূৰ্বাঞ্চলীয় সম্পদৰ সম্পদ প্ৰবন্ধক অপূৰ্ব কুমাৰ শৰ্মা, চাৰফেজ মেনেজাৰ দিলীপ কুমাৰ গোস্বামী, উপ-মহাপ্ৰবন্ধক অলকেশ বৰাকে ধৰি বহু সংখ্যক উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত সাংবাদিকৰে হোৱা মত বিনিময়ত এই বিষয়ে ব্যক্ত কৰে।

অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্ণকালীন অধ্যক্ষ তথা পৰিচালন সঞ্চালক হিচাপে দায়িত্ব লোৱাৰ  পিছত উৎপল বৰাই প্ৰথমবাৰৰ বাবে ডিগবৈৰ পূৰ্বাঞ্চলীয় সম্পদ ভ্ৰমণ কৰে। তেওঁ দুদিনীয়া ভ্ৰমণসূচীৰে আহি উপস্থিত হৈ ঐতিহাসিক ডিগবৈ তৈলক্ষেত্ৰ পৰিদৰ্শন কৰে।

dgboi oil

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ অইলৰ দৰে বৃহৎ প্ৰতিষ্ঠানৰ উন্নতিৰ বাবে সকলো শ্ৰেণীৰ লোকৰ সহযোগিতা কামনা কৰি বৰ্তমান উৎপাদন বন্ধ হৈ থকা তেল খাদসমূহত পুনৰ উৎপাদনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে।

বৰাই আন্দোলনৰ নামত বিভিন্ন সংগঠনে দিয়া বন্ধৰ ফলত উদ্যোগটোৰ বৃহৎ লোকচানৰ কথা উল্লেখ কৰি সংগঠনসমূহক বন্ধৰ বাহিৰে অন্য গণতান্ত্ৰিক পন্থা প্ৰতিবাদৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অইল ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক গৰাকীয়ে বাঘজান আৰু কুমচাই তৈল খাদসমূহ পৰিদৰ্শন কৰি কৰ্মচাৰীসকলৰ লগত মত বিনিময় কৰাৰ লগতে ডিগবৈত পূৰ্বাঞ্চলীয় সম্পদৰ সম্পদ প্ৰবন্ধক আৰু অন্যান্য উচ্চ পদস্থ বিষয়া আৰু স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক শাখাৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হয়।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd