• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিজিটেল বাজেট নিবিচৰা বিধায়কক প্ৰদান কৰা হ’ব ছপা বাজেট : হিমন্ত বিশ্ব

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 26, 2018 10:58 pm

1 min read

assam-assembly-building
258
VIEWS
Share on FacebookShare on Twitter

অহা ১২ মাৰ্চত অসম বিধানসভাত উত্থাপন হ’বলগীয়া ডিজিটেল বাজেটক লৈ বিধায়ক সকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

বেছিসংখ্যক বিধায়কে বাজেটখনক নতুন ৰূপত চোৱাৰ বাবে উৎসাহী হৈ থকাৰ বিপৰীতে এটা অংশই বাজেটখনক আগৰ ছপা আকাৰতে চাব খোজে।

অৱশ্যে ডিজিটেল বাজেটকলৈ আপত্তি কৰি থকা বিধায়কসকলক ছপা আকাৰৰ বাজেট দিয়া হ’ব বুলি ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰি ইয়াক লৈ সৃষ্টি হৈ থকা সকলো খেলি-মেলি দূৰ কৰে।

লক্ষণীয় যে ডিজিটেল বাজেটকলৈ যথেষ্ট অসনতুষ্ট হৈ থকা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কয়, ‘সকলোৱে টেবলেট বা স্মাৰ্টফোনৰ লগত সমানে অভ্যস্ত নহয়। এইখন চৰকাৰে অনৰ্থক জতিলটাৰ সৃষ্টি কৰিছে। উক্ত সিদ্ধান্ত লোৱাৰ আগতে তেওঁলোকে বিধায়ক সকলৰ সৈতে বিষয়টো আলোচনা কৰিব লাগিছিল।’

আনহাতে হিমন্ত বিশ্বই কয়, ‘কেৱল এগৰাকী বিধায়কে হে ডিজিটেল বাজেটৰ বিৰোধিতা কৰিছে। আমি ডিজিটেল বাজেটেই উত্থাপন কৰিম, যদি কাৰোবাৰ ইয়াক লৈ অসুবিধা হয় আমি তেওঁক ছপা বাজেট প্ৰদান কৰিম।’

বিৰোধি দল সমূহে বিধানসভাৰ ভিতৰত এটা আৰু বাহিৰত আন এটা মন্তব্য কৰে বুলি উল্লেখ কৰি বিত্ত মন্ত্ৰী গৰাকীয়ে কয়, ‘বাহিৰত তেওঁলোকে বহু সমস্যাৰ অভিযোগ কৰি থাকে কিন্তু বিধানসভাৰ মজিয়াত তেওঁলোকে কেতিয়াও উক্ত সমস্যা সমূহক উত্থাপন নকৰে।’

 

Recent News

index.jpg

বিধান সভা নির্বাচনৰ বাবে বোকাখাত মহকুমা প্রশাসনৰ প্রস্তুতি : মিডিয়া মনিটৰিং সম্পর্কে স্থানীয় সাংবাদিকৰ সৈতে আলোচনা

আমেৰিকা যুক্তৰাষ্ট্ৰ : ২০২৪ত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ডণাল্ড ট্ৰাম্পে

আমেৰিকা যুক্তৰাষ্ট্ৰ : ২০২৪ত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ডণাল্ড ট্ৰাম্পে

1593687950_RAAgrY_SupremeCourtofIndia

“আপুনি তাইক বিয়া কৰালে শাস্তিৰ পৰা ৰেহাই পাব!”; ধৰ্ষণত অভিযুক্ত চৰকাৰী বিষয়াক ক’লে মুখ্য ন্যায়াধীশে

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd