• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিটেনশ্যন কেম্প বন্ধ কৰাৰ দাবী বৰাক উপত্যকাৰ সমাজকৰ্মীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2018 11:58 am
assam detention camp 102 yr old man
112
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব ভাষিক আৰু জনগোষ্ঠীগত সমন্বয়ক কমিটীৰ বেনাৰত (North-East Linguistic and Ethnic Co-ordination Committee) অসমৰ বৰাক উপত্যকাৰ সমাজকৰ্মীসকলে অসমত থকা ডিটেনশ্যন কেম্পসমূহ বন্ধ কৰাৰ আহ্বান জনাইছে। এই ডিটেনশ্যন কেম্পসমূহত অবৈধ নাগৰিক হিচাপে চিহ্নিত হোৱা লোকসকলক ৰখা হয়।

তেওঁলোকে কয় যে প্ৰধান মন্ত্ৰীয়ে ২০১৪চনত অসম ভ্ৰমণ কালত বৰাকলৈ আহোতে ডিটেনশ্যন কেম্পসমূহ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

উত্তৰ-পূব ভাষিক আৰু জনগোষ্ঠীগত সমন্বয়ক কমিটীয়ে অসমৰ বাবে অশনি সংকেট কঢ়িয়াই আনিব পৰা বিতৰ্কিত নাগৰিত্ব বিধেয়ক,২০১৬লৈকে সমৰ্থন আগবঢ়াইছে।

উত্তৰ-পূব ভাষিক আৰু জনগোষ্ঠীগত সমন্বয়ক কমিটীৰ আহ্বায়ক বিবেক পোদ্দাৰে নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত প্ৰকাশ কৰিছে যে এই কেম্পসমূহত আৱদ্ধ লোকসকল যাৰ ভিতৰত অত্যন্ত বৃদ্ধ বয়সৰ লোকো আছে। এই কেম্পত থকা লোকসকলে অত্যন্ত শোচনীয় পৰিৱেশত বাস কৰি আছে। তেওঁলোকক পৰ্যাপ্ত মানৱীয় সা-সুবিধাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে বুলি সমাজকৰ্মীসকলে প্ৰকাশ কৰিছে। লগতে তেওঁলোকে কৈছে যে ২০১৪ত বৰাক উপত্যকা ভ্ৰমণৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কেম্পসমূহ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

শুব্ৰাংশু ভট্টাচাৰ্য নামৰ এগৰাকী সমাজকৰ্মীয়ে কৈছে যে অসমত ৬টা ডিটেনশ্যন কেম্প আছে। এই কেম্পত এগৰাকী ১০২ বছৰীয়া বৃদ্ধ আছে আৰু তেওঁৰ স্বাস্থ্য দিনে দিনে বেয়া হৈ গৈ আছে। কিছুমান লোক এই কেম্পত বিগত ৩বছৰৰ পৰা আছে বুলি তেওঁ কয়। সমাজকৰ্মীসকলে কৈছে যে এই ডিটেনশ্যন কেম্পত থকা লোকসকলৰ সমস্যাৰ কথা তেওঁলোকে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙকো অৱগত কৰিছে।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd