DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিফলু নদীৰ বানে উটুৱাই নিয়া সুনীল মুড়াৰ মৃতদেহ চাহ গছৰ মাজত উদ্ধাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 14, 2018 11:47 am
84
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলং জিলাৰ পৰা নামি অহা ডিফলু নদীৰ ঢলে বুধবাৰে বোকাখাতৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় পথো বুৰাই পেলোৱাৰ লগতে বিজুলী বাগিচাৰ এজন লোকৰ প্ৰাণ কাঢ়ি নিয়ে।

উল্লেখযোগ্য যে কাৰ্বি আংলঙৰ সমীপৰ কাকচাঙৰ নিৱাসী সুনীল মুড়া নামৰ লোকজনৰ মৃতদেহ আজি পুৱা জ্ঞানদ্বীপ চাহ বাগিচাৰ চাহ গছত লাগি থকা অৱস্থাত উদ্ধাৰ হয়।

প্ৰাপ্ত তথ্য মতে কাৰ্বি আংলং জিলাৰ নামি অহা ডিফলু নদীৰ ঢলে লোকজনক উটুৱাই নিয়ে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

জানিব পৰা মতে কাকংচাঙৰ নিৱাসী সুনীল মুড়া বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ জ্ঞানদ্বীপ নামৰ ব্যক্তিগত চাহ বাগিচাৰ বাঙলাৰ চকীদাৰ আছিল। বুধবাৰে ঢলৰ সময়ৰ পৰাই নিৰুদ্দেশ হৈ আছিল সুনীল মুড়া নামৰ চকীদাৰজন।

অৱশেষত আজি পুৱা চাহবাগিচাৰ মাজত চাহ গছত লাগি থকা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ ৷

ফলত লগে লগে ঘটনাৰ সন্দৰ্ভত জানিব পাৰি আজি পুৱা বোকাখাত আৰক্ষীয়ে সুনীল মুড়াৰ মৃতদেহ উদ্ধাৰ কৰে। আনহাতে মৃত্যুৰ সময়ত মুড়াই জীয়েক আৰু জোঁৱায়েক এৰি থৈ গৈছে বুলি জানিব পৰা গৈছে।

Recent News

kali poster controversy

‘কালী’ পোষ্টাৰ বিতৰ্ক: চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকলাইক শিৰচ্ছেদৰ ভাবুকি হিন্দু সন্তৰ

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অৰ্পণ দাসৰ অগ্ৰগতি

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অৰ্পণ দাসৰ অগ্ৰগতি

Gas Cylinder price hike

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd