DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত ৰে’লৱে মজদুৰ ইউনিয়নৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2018 1:18 pm
ডিব্ৰুগড়ত ৰে’লৱে মজদুৰ ইউনিয়নৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী
86
VIEWS
Share on FacebookShare on Twitter

আজি ৰেল কৰ্মচাৰীসকলে ৰেল প্ৰশাসনৰ ৰেল শ্ৰমিক বিৰোধী আৰু ৰে’ল যাত্ৰীৰ সুৰক্ষা বিৰোধী নীতিৰ প্ৰতিবাদত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

সৰ্বভাৰতীয় ৰে’ল মেনছ ফেডাৰেচনৰ আহ্বানত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে আজি ডিব্ৰুগড় বাণিপুৰ ৰে’লৱে ষ্টেচনত কেইবাটাও দাবীৰ প্ৰতিবাদত প্ৰতিবাদ সাব্যস্ত কৰি ডিব্ৰুগড়ৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় উপ-সভাপতি সঞ্জীৱ ভট্টাচাৰ্য্য, এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ ডিব্ৰুগড় শাখাৰ উপ-সভাপতি দিগন্ত হাজৰিকা, সাধাৰণ সম্পাদকৰ নেতৃত্বত ৰূপায়ণ কৰা ৭২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত প্ৰায় শতাধিক ৰেল কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰী সকলে ‘নতুন পেঞ্চন নীতি বন্ধ কৰি সকলো ৰেল শ্ৰমিক তথা পৰিয়ালবৰ্গক পুৰণি নীতিৰ আধাৰত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা, দৰমহাৰ নিৰিখ বন্ধ কৰা, ৰে’লৱেৰ কাম-কাজৰ ব্যক্তিগতকৰণ আৰু ঠিকাভিত্তিত ব্যৱস্থা বন্ধ কৰা’ আদিকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে।

Recent News

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd