• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ৰ জকাইত ‘জকাই পৰ্যটন মহোৎসৱ’ৰ আয়োজন

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
April 29, 2018 11:24 pm
223
VIEWS
Share on FacebookShare on Twitter

গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ জকাইত আজি জিলা প্ৰশাসনে সোণালী প্ৰভাত নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত জকাই পৰ্যটন মহোৎসৱৰ আয়োজন কৰে। এই দিনযোৰা অনুষ্ঠানটোত আহোম, সোণোৱাল কছাৰী, কুমাৰ, চাহ জনজাতি আৰু নেপালীকে ধৰি ৬ সম্প্ৰদায়ৰ বৰ্ণিল সংস্কৃতি আৰু পৰম্পৰা প্ৰদৰ্শন কৰা হয়।

সোণালী প্ৰভাতৰ সম্পাদক হিৰনমনি বৰগোহাঁয়ে জনোৱা মতে  ডিব্ৰুগড়ৰ পৰ্যটন খণ্ডৰ বিকাশৰ লক্ষৰে প্ৰথমবাৰৰ বাবে এই মহোৎসৱটো আয়োজন কৰা হৈছে।

বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰ তথা পৰম্পৰাগত পানীয়ৰে ভৰপুৰ মহোৎসৱটোত খাদ্যৰ জুতি ল’বলৈ অহা মানুহেৰে ভৰি পৰা দেখা যায়।

বৰগোহাঁয়ে জনোৱা মতে মহোৎসৱটোৰ সৈতে সংগতি ৰাখি ৬ টাকৈ স্থানীয় সম্প্ৰদায়ে প্ৰদৰ্শন কৰা সাংস্কৃতিক অনুষ্ঠানেও দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰে।

উল্লেখযোগ্য যে জোকাই সংৰক্ষিত বনাঞ্চল ডিব্ৰুগড় জিলা অন্যতম চহকী  জৈৱ-বৈচিত্ৰ্যৰ ঘাটি। উক্ত সংস্থাটোৱে ইয়াৰ সংৰক্ষণৰ বাবে কাম কৰি আহিছে।

যোৱা ৪ মাহে তেওঁলোকে অঞ্চলটোৰ উন্নয়নৰ বাবে কাম কৰি আহিছে বুলি উল্লেখ কৰি সংস্থাটোৰ আন এগৰাকী সদস্য নাৰায়ণ দাসে কয় যে এই মহোৎসৱটোৰ আয়োজনৰ জৰিয়তে স্থানীয় লোকসকলক জড়িত কৰাই তেওঁলোকে জিলাখনত বহনক্ষম পৰ্যটনৰ সম্প্ৰসাৰণ কৰিব খোজে।

তেওঁ লগতে কয় যে নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত, বিশেষকৈ গাঁৱৰ যুৱচামৰ বাবে গ্ৰাম্য পৰ্যটন বহুত সম্ভাৱনা কঢ়িয়াই আনিছে। এই সুজুগসমূহৰ বাবে যুৱক-যুৱতীসকলে যাতে নিজকে সাজু কৰি ৰাখিব পাৰে তাৰ বাবে তেওঁলোকক আমাৰ ফালৰ পৰা প্ৰশিক্ষণ দিয়া হয়।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd