• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড় গ্ৰাহাম বজাৰ ডাকঘৰত সাংসদ ৰামেশ্বৰ তেলীৰ ডাকঘৰ পাৰপত্ৰ সেৱা কেন্দ্ৰ মুকলি

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
February 28, 2018 8:08 pm
পাৰপত্ৰ সেৱা
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰ ডাকঘৰত সাংসদ ৰামেশ্বৰ তেলীয়ে ডাকঘৰ পাৰপত্ৰ সেৱা মুকলি কৰে।

ডিব্ৰুগড় আৱৰ্তভৱনৰ সমীপৰ গ্ৰাহাম বজাৰ ডাকঘৰত মুকলি কৰা পাৰপত্ৰ সেৱা কেন্দ্ৰটোৱে জিলাখনৰ নাগৰিকক পাৰপত্ৰ সম্পৰ্কীয় সকলো ধৰণৰ সেৱা যোগান ধৰিব।

Apply Now

শিলচৰ আৰু মঙলদৈত স্থাপন কৰা পাৰপত্ৰ সেৱা কেন্দ্ৰৰ পিছত ডিব্ৰুগড় পাৰপত্ৰ সেৱা কেন্দ্ৰটো বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু ডাক বিভাগৰ সহযোগত স্থাপন কৰা তৃতীয়টো পাৰপত্ৰ সেৱা কেন্দ্ৰ।

ডাকঘৰ পাৰপত্ৰ সেৱা কেন্দ্ৰৰ পাৰপত্ৰ বিষয়া আকাশদ্বীপ চক্ৰবতীয়ে কয় যে এই পাৰপত্ৰ কেন্দ্ৰটোৱে দিনটোত ৫০ জন ব্যক্তিক পাৰপাত্ৰ সম্পৰ্কীয় সেৱা প্ৰদান কৰিব পাৰিব। লগতে আৰু তেওঁ নতুন পাৰপত্ৰ বনোৱা আৰু পাৰপত্ৰ নৱীকৰণ সম্পৰ্কীয় সেৱাও প্ৰদান কৰা হ’ব বুলিও কয়।

অনুষ্ঠানটোত চক্ৰবৰ্তীয়ে কয় যে পূৰ্বতে পাৰপত্ৰ সম্পৰ্কীয় কোনো কামৰ বাবে ডিব্ৰুগড়বাসী গুৱাহাটীলৈ যাব লগা হৈছিল যদিও এতিয়াৰে পৰা ডিব্ৰুগড়তে সেই সুবিধা লাভ কৰিব পাৰিব। কেৱল ততকাল পাছপৰ্ট আৰু কুনৈতিক পাছপ’ৰ্টহে ডিবব্ৰুগড়ত উপলব্ধ নহ’ব। লগতে পাৰপত্ৰ আৱেদনকাৰীয়ে আৱেদন কৰা তিনি সপ্তাহতকৈও কম সময়ৰ ভিতৰতে পাৰপত্ৰ লাভ কৰিব।

আনহাতে অনুষ্ঠানত উপস্থিত থকা ৰামেশ্বৰ তেলীয়ে শেহতীয়াকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজক উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে গুৱাহাটীত এটা ভিছা সেৱা কেন্দ্ৰ মুকলি কৰিবলৈ অনুৰোধ জনাইছিল। আৰু বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে কোনো ভাৰতীয়ই তেওঁলোকৰ পাৰপত্ৰৰ বাবে ৫০ কি. মি.ত কৈ  আঁতৰলৈ যাব নোৱাৰিব বুলি কৈছিল।

তেলীয়ে কয় যে ডিব্ৰুগড়বাসী এতিয়া পাৰপত্ৰৰ বাবে গুৱাহাটীলৈ যোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ এতিয়াৰে পৰা ডিব্ৰুগড়তে পাৰপত্ৰৰ বাবে আৱেদন কৰিব পাৰিব।

উদ্বোধনী অনুষ্ঠানটোত আঞ্চলিক পাৰপত্ৰ বিষয়া লবছাং ছেৰিং, বিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিপুৰঞ্জন মাক্ৰাৰাৰী আৰু ডিব্ৰুগড় পৌৰসভাৰ অধ্যক্ষ সোমা চক্ৰবৰ্তী উপস্থিত থাকে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd