• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰু-ছৈখোৱা প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 16, 2018 7:45 am

1 min read

ডিব্ৰু-ছৈখোৱা
479
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমিপৰ কলিয়াপানীত ডিব্ৰু-ছৈখোৱা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

‘শ্বদেশ দৰ্শন’ আঁচনিৰ অধিনত নিৰ্মাণ কৰিবলৈ লোৱা উক্ত প্ৰকল্পটো নিৰ্মাণত ১৯ কোটি টকা ব্যয় হ’ব।

প্ৰকল্পটোৰ নিৰ্মাণে পৰ্যটনৰ ক্ষেত্ৰত এক গুৰুতপূৰ্ণ ভূমিকা লব বুলি আশা প্ৰকাশ কৰি মুখ্য মন্ত্ৰীজনে আৰু কয় যে উক্ত প্ৰকল্পটোৰ উপৰি ৰাজ্য চৰকাৰে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমিপৰ নতুন গাঁৱৰ প্ৰত্যেকটো পৰিয়ালক আলহী ঘৰ নিৰ্মাণৰ বাবে ৩ লাখকৈ প্ৰদান কৰিব। উক্ত আলহী ঘৰ সমূহত পৰিয়ালসমূহে ৰাষ্ট্ৰীয় উদ্যানখনলৈ দেশ-বিদেশৰ পৰা অহা পৰ্যটকক আলহী হিচাপে ৰাখিব পাৰিব। ইয়াৰ জৰিয়তে গাঁৱৰ লোকসকলে উপাৰ্জনৰ নতুন পথ উলিয়াবলৈ সক্ষম হ’ব বুলিও তেওঁ মন্তব্য কৰে।

উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ উপৰি পৰ্যটন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান সবৰুৱা, তিনিচুকিয়া জিলাৰ উপায়ুক্ত ঐনামচৰন কুমাৰ সিং শদিয়াৰ বিধায়ক বলিন চেতিয়া আৰু চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা উপস্থিত থাকে।

Recent News

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

Mantri

হৰিষৰ মাজতে বিষাদ: বিশ্বনাথত গৰু ধুৱাবলৈ গৈ ভাতৃ-ভগ্নীসহ ৫ জনৰ মৃত্যু , ডিব্ৰুগড়তো ২ যুৱকৰ সলিল সমাধি

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd