• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাচাওৰ উমৰাঙচুত মহিলাক সোপাধৰা সন্দেহত হত্যা, সাতজনক আটক

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
June 13, 2018 10:59 pm
Body-recovered-2-570x320

উদ্ধাৰ হোৱা মহিলাৰ মৃতদেহ। ফটো : নৰ্থ ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলঙৰ ডকমকাৰ ঘটনাৰ পাছত এইবাৰ সোপাধৰা সন্দেহত ডিমা হাচাও জিলাৰ উমৰাঙচুৰ দিয়ুঙমুখ আৰক্ষী থানাৰ অন্তৰ্গত পানীমুৰত কালি এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি ইতিমধ্যে চাঞ্চ্যল্যৰ সৃষ্টি হৈছে পাহাৰীয়া  জিলাখনত। মহিলা গৰাকীক দুর্বৃত্তৰ দলে হত্যা কৰি পানীমুৰৰ কপিলী নৈৰ দাঁতিত শিলৰ খাদত পেলাই দিয়ে। গোৰ্খা সংগঠনৰ হেঁচাত পৰি আৰক্ষীয়ে মহিলাৰ মৃতদেহ উদ্ধাৰ কৰি পৰিয়ালৰ লোকক চমজাই দিয়াৰ পাছতো পৰিস্থিতি শান্ত হোৱা নাই।

আজি হাফলঙত ডিমা হাচাও জিলাৰ প্ৰায় দহটাৰো অধিক সংগঠনে এক সংবাদ মেল পাতি এনে হত্যাকাণ্ডৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ডিমা হাচাও জিলাৰ আৰক্ষীৰ ভূমিকা লৈ প্ৰশ্ন উত্থাপন কৰে। কাৰণ পানীমুৰ আৰক্ষী চৌকিৰ পৰা মাথোঁ ২০০ মিটাৰ নিলগত এনে অমানৱীয় ঘটনা সংঘটিত হয় যদিও আৰক্ষী নিমাত।

Apply Now
Body-recovered-4-230x300
ঘটনাৰ বলি মহিলাগৰাকী। ফটো : নৰ্থইষ্ট নাও

অভিযোগ অনুসৰি মানসিকভাৱে ভাৰাক্ৰান্ত ওমকুমাৰী শৰ্মা পানীমুৰৰ এখন দোকানৰ সম্মুখত বহি থকা সময়ত নিজকে গাওঁৰক্ষী বাহিনীৰ লোক বুলি পৰিচয় দিয়া দুগৰাকী ব্যক্তিয়ে মহিলা গৰাকীক সোপাধৰা সন্দেহত টানি লৈ যায়। ইয়াৰ পাছৰ পৰা মহিলাগৰাকী সন্ধানহীন আছিল। কিন্তু দুৰ্ভাগ্যজনক ভাবে পাঁচ দিনৰ মূৰত তাইৰ মৃতদেহ উদ্ধাৰ হয়।

অৱশ্যে আজিৰ সংবাদ মেলত উপস্থিত ব্যক্তিসকলে প্ৰশাসনক সকীয়াই দি কয় যে এই হত্যাকাণ্ডৰ আঁৰত থকা দুৰ্বৃত্তসকলক চিনাক্ত কৰি অনতিপলমে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগিব।

অল আছাম গোৰ্খা ষ্টুডেন্ট ইউনিয়নৰ সম্পাদক জীবন শৰ্মাই কয় যে আৰক্ষীৰ মইমতালিৰ কাৰণেই দুৰ্বৃত্তৰ দলে আৰক্ষী চকীৰ সমীপৱৰ্ত্তী নৈত মহিলাৰ মৃতদেহ পেলাই থৈ যোৱাত সক্ষম হয়।

Body-recovered-300x169
স্থানীয় সংগঠনে দিয়া সংবাদ মেলৰ মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

ইতিমধ্যে ডিমা হাচাও জিলাৰ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া উমৰাঙচুত বাহৰ পাতি আছে। ঘটনাৰ লগত জড়িতৰ সন্দেহত সাতজন ব্যক্তিক আটক কৰা হৈছে। তথাপি অঞ্চলটোত এতিয়াও চেপা উত্তেজনা বিৰাজ কৰি আছে।

আজি হাফলং লেডিজ ৱয়েলফেয়াৰ অৰ্গেনাইজেছনৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত গোৰ্খাৰ বাহিৰে ডিমাচা মাডাৰ্চ এছচিয়েশ্যন, হাফলং লেডিজ ৱয়েলফেয়াৰ অৰ্গেনাইজেশ্যন, দিবৰাই মহিলা সমিতি, ব্লুহিলছ্ ছচাইটি, আৰ’হ ছচাইটি আদি দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।

 

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd