DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমৌত আছুৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপনৰ ব্যাপক প্ৰস্তুতি

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
March 22, 2018 7:30 am
ডিমৌত আছুৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপনৰ ব্যাপক প্ৰস্তুতি
86
VIEWS
Share on FacebookShare on Twitter
ডিমৌ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আৰু সমূহ  ডিমৌবাসী ৰাইজৰ সহযোগত বিগত বৰ্ষসমূহৰ দৰে সমন্বয়ৰ  বাৰ্তা কঢ়িয়াই অনুষ্ঠিত কৰি অহা ডিমৌ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন এইবছৰো অহা ২৯ আৰু ৩০ এপ্ৰিল তাৰিখে আয়োজন কৰিবলৈ লোৱা হৈছে।
ইতিমধ্যেই  ডিমৌ আঞ্চলিক ছাত্র সন্থাৰ আহ্বানত অলপতে অনুষ্ঠিত হৈ যোৱা ৰাজহুৱা সভাই প্ৰণৱ চেতিয়াক মুখ্য পৃষ্ঠপোষক, হৰেশ সন্দিকৈক সভাপতি, কুশল দত্তক মূখ্য সম্পাদক, দিলীপ গগৈক কাৰ্যকৰী সভাপতি,পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু আদিত্য শৰ্মাক যুটীয়া সম্পাদক হিচাপে লৈ এখন শক্তিশালী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি গঠন কৰি ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে।
কালি দিনৰ ভাগত ডিমৌ ৰাজহুৱা খেলপথাৰত উদযাপন সমিতিৰ বিষয়ববীয়া, ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, কৰ্মকৰ্তা আৰু ৰাইজৰ উপস্থিতিত ‘ডিমৌ কেন্দ্ৰীয় ৰঙালী বিহু’ৰ লাইখুটা পোতা হয়।
আছুৰ উদ্যোগত অহা ২৯, ৩০এপ্ৰিল তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ডিমৌ ৰাজহুৱা খেলপথাৰত অনুস্থিত হ’বলগীয়া এই ডিমৌ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনিৰ দুয়োটা দিনৰ কাৰ্যসূচীৰ সফল ৰূপায়ন তথা বিভিন্ন প্ৰতিযোগিতা সমূহ অনুষ্ঠিত কৰা।আৰু সাংস্কৃতিক সন্ধিয়াৰ বাবে জনপ্ৰিয়তাৰ শীৰ্ষত থকা শিল্পী তথা সাংস্কৃতিক দলৰ সৈতে যোগাযোগ কৰি ব্যাপক প্ৰস্তুতি চলাই আছে উদযাপন সমিতিয়ে।
ডিমৌ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন সমিতিৰ লগতে ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিপাংকৰ প্ৰতীম চেতিয়া আৰু সাধাৰণ সম্পাদক গৌতম বৰাই বিহু সন্মিলনখনি সফল ভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সমূহ ডিমৌবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd